Huge Quantity Of Foreign Cigarettes Seized At Guwahati Railway Station:গুৱাহাটী ৰে’ল ষ্টেচনত জি আৰ পি অভিযানত জব্দ বিদেশী চিগাৰেট,আটক সৰবৰাহকাৰী

cigarete seized

Huge Quantity Of Foreign Cigarettes Seized At Guwahati Railway Station:

পল্টন বজাৰস্থিত গুৱাহাটী ৰে’ল ষ্টেচনত ৰে’ল আৰক্ষীয়ে গোপন সূত্ৰৰ পমখেদি অৰ্তকিতে চলোৱা অভিযানত জব্দ হয় ৮০০ পেকেট বিদেশী চিগাৰেট
জব্দকৃত চিগাৰেট খিনিৰ মূল্য চাৰি লাখ টকা হ’ব বুলি নিশ্চিত কৰিছে ৰে’ল আৰক্ষীয়ে ৷

ADVERTISEMENT

আনহাতে বিদেশী চিগাৰেট সৰবৰাহৰ স’তে জড়িত থকাৰ অভিযোগত আটক কৰে চেন্নাই মণিকাণ্ডন আৰ নামৰ এটা সৰবৰাহকাৰীক

ইতিমধ্যে ৰে’ল আৰক্ষীয়ে অধিক তথ্যৰ বাবে সৰবৰাহকাৰীজনক জেৰা অব্যাহত ৰাখিছে ৷

Exit mobile version