Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • New Year 2023
    • Politics
    • Sports
    Udalguri:ওদালগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ হীৰক জয়ন্তী আয়োজন

    Guwahati Lachit Sangha Rash Mahotsav:গুৱাহাটীত ৰাস মহোৎসৱ

    Assam Bjp Press Release:লোকসভা ৰণলৈ সাজু ভাৰতীয় জনতা পার্টি

    Guwahati Traffic Police Pressmeet :কাইলৈ গুৱাহাটীত ভাৰত-অষ্ট্ৰেলিয়াৰ তৃতীয়খন টি-২০ মেচ

    Golaghat :গোলাঘাটৰ পূব কমাৰবন্ধা সাংস্কৃতিক চৰ্চা কেন্দ্ৰৰ ৰাসত নিশিতা গোস্বামী আৰু প্ৰীতি কংকনা

    Heavy Rains in Gujarat , kill 20 People:গুজৰাটত প্ৰৱল বৃষ্টিপাত , মৃত্যু ২০ জনকৈ লোকৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Maruti Suzuki :জানুৱাৰীত দেশত ১৪ শতাংশ বিক্ৰী বৃদ্ধি গাড়ীৰ, শীৰ্ষত মাৰুতি -ছুজুকীয়ে

    Electronic : দেশত বৃদ্ধি পাইছে বৈদ্যুতিক বাহনৰ চাহিদা-বিক্ৰী

    Apple : আমেৰিকাৰ চাৰি কোম্পানীয়ে হেৰুৱালে তিনি ত্ৰিলিয়ন ডলাৰ, সৰ্বাধিক লোকচান এপেলৰ

    Smart Phone : স্মাৰ্টফোনৰ বেটাৰীৰ চাৰ্জ দ্ৰুত গতিত হ্ৰাস পোৱাৰ ৫ টা কাৰণ কি ? জানিবলৈ পঢ়ক

    Mobile Battery Charging : কিমান শতাংশ বেটাৰী থাকিলে এটা ফোনৰ চাৰ্জ দিব লাগে

    WhatsApp Update : ৩১ ডিচেম্বৰৰ পৰা ৪৯ টা ফোনত বন্ধ হ’ব হোৱাটছএপ !

  • Entertainment
    • All
    • Movie
    • Music
    Dadasaheb Phalke Lifetime Achievement Award to Waheeda Rehman:প্ৰথিতযশা বলিউড অভিনেত্ৰী-নৃত্যশিল্পী ৱাহিদা ৰেহমানলৈ দাদাচাহেব ফাল্কে জীৱনজোৰা সাধনা বঁটা

    69th National Film Awards Announced:৬৯সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা

    Chirang Sidli  koch-Rajbonshi Video Song :চিৰাঙৰ চিদলীত কোচ-ৰাজবংশী ভিডিঅ গীতৰ শুভমুক্তি

    Sri Raghupati:ফেচবুক, ইউটিউবত আপলোড ‘শ্ৰী ৰঘুপতি’ৰ দৃশ্যাংশ !

    5th Chitra Bharati Film Festival: পঞ্চম চিত্ৰ ভাৰতী চলচ্ছিত্ৰ মহোৎসৱৰ প্ৰস্তুতি

    Flimfare : ফিল্মফেয়াৰ বঁটাত উজ্বলিল অসম সন্তান

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    Air India Flight Attendants to be Replaced:সলনি হ’ব এয়াৰ ইণ্ডিয়াৰ বিমান সেৱিকাৰ পৰিধান!

    Sneezing Unceremoniously:অনর্গলভাৱে হাঁচি মাৰিছে !

    Car Can Also Lead To Disease:মৰমৰ গাড়ীখনেও ৰোগ মাতি আনিব পাৰে

    Lipstick Usage: লিপষ্টিক ব্যৱহাৰৰ ফলত হ্ৰাস পাব পাৰে বুদ্ধিমত্তা

    Mangaldoi Food Poisoning :মঙ্গলদৈত খাদ্যত বিষক্ৰিয়া

    Mangaldoi  Bajrang Dal  Leader Arrested :মঙলদৈত অস্ত্ৰ প্ৰশিক্ষণৰ কৰ্মশালা অনুষ্ঠিত কৰা বজৰংৰ দুই নেতাক আটক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Kaziranga:কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে চাৰি মাহত সংগ্ৰহ কৰিলে পাঁচ কোটিৰ অধিক ৰাজহ

    Longest Elevated Flyover : একলগে ছটা লেনত চলাচল কৰিব গাড়ী !

  • Videos
No Result
View All Result

Home Lifestyle Spirituality

Today Horoscope: দিনটোৰ ৰাশিফল

publisher by publisher
November 9, 2023
in Horoscope
Reading Time: 1 min read
0
Today Horoscope: দিনটোৰ ৰাশিফল
3
SHARES
33
VIEWS
ShareShareShareShare

Today Horoscope: দিনটোৰ ৰাশিফল

মেষ : মধ্যম যোগাযোগ। বন্ধু-বান্ধৱৰ পৰা উৎসাহ পাব। কোনো মাংগলিক কৰ্মত কোনোৱে ব্যস্ত হৈ পৰিব পাৰে। আপুনি ভৱিষ্যতৰ আঁচনি প্রস্তুত কৰাৰ কথা ভাবক। দাম্পত্যত সাধাৰণ উৎকণ্ঠা।

ADVERTISEMENT

বৃষ : শৰীৰ মন ভালেৰে ৰখাৰ যত্ন কৰক। অনাহক বা হকেই হওক ধৈৰ্য্য ধৰি সমস্যা নিয়ন্ত্ৰণ কৰক। আর্থিকত অলপ চিন্তা থাকিব। ঘৰুৱা লোকৰ লগত বৰ বুজাপৰা থাকিলেও সন্তুষ্ট নহ’ব ।

RelatedPosts

Today Horoscope: দিনটোৰ ৰাশিফল

Today Horoscope: দিনটোৰ ৰাশিফল

Today Horoscope: দিনটোৰ ৰাশিফল

মিথুন : কর্মস্থানত বাধা নাপাব যদিও একেবাৰে নিশ্চিন্তও হ’ব নালাগে । দুটা-এটা যুক্তিপূর্ণ কথাত নিজৰ ব্যক্তিত্ব দেখুৱাব পাৰিব। খৰচ পাতি বৃদ্ধিৰ কাৰক। দাম্পত্যত মধ্যম। বিদ্যাত ভয় কম ।

কর্কট : আর্থিক উন্নতিৰ সুযোগ। কোনো অৰ্থকৰী দিশত যোগাযোগ কৰি উৎসাহিত হ’বও পাৰে। পাৰিপাৰ্শ্বিক লৈ বেছি চিন্তা নকৰিব। সন্তান, দাম্পত্য, কর্মাদিত সাধাৰণ ক্লেশ। ঘৰুৱাত মধ্যম ।

সিংহ : প্রায় শুভ দিন। কিন্তু জীৱনত গুৰু দুৰ্বল থাকিলে প্ৰাপ্য সুযোগৰ পৰা সামান্য হলেও নিৰাশ হ’ব। সামগ্ৰিকভাৱে আপুনি বিভিন্ন যোগাযোগত উৎসাহ পাব। বিদ্যাত মন দিলে সুনাম হ’ব ।

কন্যা : মনোজ্ঞ কথাৰ বাবে আনন্দিত হ’ব। কর্মস্থানত বেয়া নহ’ব। কোনো স্পষ্টবাদীৰ বাবে অলপ অসুবিধা আহিব যদিও পাছত খুব বেয়া নহ’ব। দাম্পত্যত মধ্যম। পঢ়া-শুনাত মন দিয়ক ।

তুলা : তুলনামূলকভাৱে বিচিত্র যোগাযোগ হ’ব পাৰে। তাৰ ভিতৰত অনুকূলৰ মাত্ৰা বেছি। ব্যৱসায়িক দিশত মন্থৰতা থাকিব। প্রেমত শুভ। দাম্পত্যত অসুস্থ। বিদ্যাত গতানুগতিক ।

বৃশ্চিক : আইন সম্পৰ্কীয় কামত বেছি মনোযোগ নিদিব। কিন্তু চলি থকা মামলাদিত নজৰ দিয়ক । ঘৰুৱা মধ্যম। পাৰিলে দৰকাৰী কৰো বোলা কাম সমাধানৰ চেষ্টা কৰক। বিদ্যাত শুভ ।

ধনু : আর্থিকত মোটামুটি। তাৰ মাজতে চোৰ, ডকাইতি সংকটৰ বাবেও সচেতন থাকক। বিদ্যাত বেয়া নহ’ব। দাম্পত্যত মধ্যম। আৱেগিক কলাৰ সংযোগ। ঘৰুৱাত গতানুগতিক ।

মকৰ : ভাবি-গুণি কামত আগুৱাওক। সহজতে আনৰ কথাক বিশ্বাস নকৰিব। ভুল-সংবাদত অনুগামী হ’লে ক্ষতি। বিদ্যাত অৱশ্যে বেয়া নহ’ব। ব্যৱসায়-বাণিজ্যত মজলীয়া ফল। দাম্পত্যত শুভ। আমোদৰ আশা ।

কুম্ভ : কৰ্মস্থানত জটিলতা কম পাব। হঠাৎ শৰীৰে কিছু আমনি কৰিব পাৰে। দাম্পত্যত বুজা-পৰাৰে চলিব পাৰিব। সন্তানৰ কথাত সাধাৰণ উদ্বেগ। ভ্ৰমণত সতর্ক হওক। প্ৰেমত আন্তৰিকতা ।

মীন : প্রিয় সংগীৰ স’তে আনন্দ লাভ। কিন্তু মাত্ৰাধিকত সাৱধান। বিদ্যাদিত যাতে ব্যাঘাত নঘটে। সন্তানৰ কৰ্মাদিত আনন্দ প্রাপ্তি । দক্ষতাৰ বাবে সুনাম। কিন্তু শৰীৰ আৰু শত্ৰুৰ আমনি থাকিব ।

Share this:

  • Twitter
  • Facebook
  • LinkedIn
  • WhatsApp
  • More
  • Pinterest
  • Telegram

Like this:

Like Loading...
Tags: Horoscope
publisher

publisher

Related Posts

Today Horoscope: দিনটোৰ ৰাশিফল
Spirituality

Today Horoscope: দিনটোৰ ৰাশিফল

November 27, 2023
Today Horoscope: দিনটোৰ ৰাশিফল
Spirituality

Today Horoscope: দিনটোৰ ৰাশিফল

November 25, 2023
Today Horoscope: দিনটোৰ ৰাশিফল
Spirituality

Today Horoscope: দিনটোৰ ৰাশিফল

November 24, 2023
Today Horoscope: দিনটোৰ ৰাশিফল
Spirituality

Today Horoscope: দিনটোৰ ৰাশিফল

November 23, 2023
Today Horoscope: দিনটোৰ ৰাশিফল
Spirituality

Today Horoscope: দিনটোৰ ৰাশিফল

November 22, 2023
Today Horoscope: দিনটোৰ ৰাশিফল
Spirituality

Today Horoscope: দিনটোৰ ৰাশিফল

November 21, 2023
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d bloggers like this: