Truck Loaded With Smuggled Cattle Was Seized In Jorabat:যোৰাবাটত পুনৰ জব্দ চোৰাং গৰুভৰ্তি ট্ৰাক

paddlar arrested 1

Truck Loaded With Smuggled Cattle Was Seized In Jorabat:

চোৰাং গৰু সৰবৰাহৰ কৰিডৰত পৰিণত হৈছে গুৱাহাটী মহানগৰী ৷ উজনি আৰু মধ্য অসমৰ চোৰাংকৈ গৰু আনি পাছত চুবুৰীয়া মেঘালয়লৈ গোপনে সৰবৰাহ অব্যাহত ৰাখিছে গৰু স

 

এনেদৰে গৰু সৰবৰাহ কৰা তিনি সৰবৰাহকাৰীক গৰু ভৰ্তি দুখন ট্ৰাকসহ আটক কৰে যোৰাবাট আৰক্ষীয়ে ৷ লগতে ট্ৰাক দুখনৰ পৰা উদ্ধাৰ ৫৫টাকৈ গো-ধন

ধৃত সৰবৰাহকাৰী তিনিটা হ’ল কিমি ডাকহাৰ, চোনিক তাৰিয়ং আৰু হাৰমান লইংড৷
উল্লেখ্য যে,গৰুভৰ্তি জব্দকৃত ট্ৰাক দুখন নগাঁৱৰ পৰা মেঘালয়ৰ বৰ্ণিহাট অভিমুখী আছিল ৷

Exit mobile version