E- City bus In Guwahati:গুৱাহাটী ইলেকট্ৰিক চিটী বাছ

পহিলা জানুৱাৰীৰ পৰা মহানগৰীত চলিব ইলেকট্ৰিক চিটী বাছ

e city bus

E- City bus In Guwahati:

অহা বৰ্ষৰ পহিলা জানুৱাৰীৰ পৰা মহানগৰীত চলিব ই-চিটী বাছ ৷ ইতিমধ্য গুৱাহাটীত পাইছেহি এই অত্যাধুনিক বাছ সমূহ ৷

ADVERTISEMENT

উল্লেখ্য যে এক কোটিৰ পৰা ১.২০ কোটি টকা মূল্য এই বাছ সমূহ কিনা হৈছে টাটা আৰু OLCTRAৰ পৰা।

বাছ সমূহৰ চাৰ্জিঙৰ বাবে মহানগৰীৰ পাঁচটা স্থানত নিৰ্মাণ কৰা হৈছে ছাৰ্জিং পইন্ট।

Exit mobile version