Today Horoscope: দিনটোৰ ৰাশিফল

horoscope new 1

Today Horoscope: দিনটোৰ ৰাশিফল

মেষ: ঘৰুৱাত অস্থিৰতা কিছু পাতলিব। নতুন কোনো সংযোগত আহুকাল। শৰীৰ মধ্যম। আর্থিকত আবেদনকাৰীৰ সুযোগ। বিবাহৰ যোগ। শুভ বং বগা, শুভ সংখ্যা ৭।

বৃষ: পুৱা ১০টাৰ পৰা শুভ কৰ্মাদিত আগনবঢ়াই ভাল। আর্থিকত মজলীয়া ফল পাব। মাতৃৰ শৰীৰ বৰ ভালেৰে নাযাব। প্রেমত বাধা। শুভ ৰং ৰঙা, শুভ সংখ্যা ৫।

মিথুন: গধুৰ পৰিৱেশ যেন অনুভৱ হ’ব। সন্তানৰ বাবে চিন্তা থাকিব। ভ্রমণত সমস্যা থাকিব। দাম্পত্যত মধ্যম। বিদ্যাত শুভ। শুভ বং নীলা, শুভ সংখ্যা২।

কর্কট: কর্মক্ষেত্রত দক্ষতা দেখুৱাব পাৰিব। ভ্ৰমণৰ ইচ্ছা কৰিলে সুযোগ পাব মামলা-মোকদমাত জয়ী হোৱাৰ সম্ভাৱনা। নাৰীৰ শুভ দিন। শুভ ৰং বগা,
শুভ সংখ্যা ১।

সিংহ: অংশীদাৰী ব্যৱসায়ত উন্নতিৰ কাৰকতা। আৰ্থিকত মধ্যম ফল পাব। বিদ্যাত সফলতা পাব। প্রেমত আৱেগিকতা বর্জনীয়। শুভ ৰং সেউজীয়া, শুভ সংখ্যা ৩।

কন্যা: শাৰীৰিক দুশ্চিন্তাৰ কাৰণ নাই। চাকৰিয়ালৰ কৰ্মক্ষেত্ৰত সমস্যা আহিব পাৰে। বন্ধুবৰ্গৰ পৰা প্ৰতাৰিত হ’ব পাৰে। শুভ ৰং হালধীয়া, শুভ সংখ্যা৪

তুলা: আর্থিক দিশত খৰচ বৃদ্ধি পাব যদিও ব্যৱসায়ত আয়ৰ মাত্রা বৃদ্ধি পাব। বিদ্যাত পাৰিপার্শ্বিক বাধা থাকিব। প্রেমত দুশ্চিন্তা। শুভ বং গেৰুৱা, শুভ সংখ্যা ৯।

বৃশ্চিক: কিছু পৰিমাণে মনটো ফৰকাল থাকিব। কর্মক্ষেত্রত দক্ষতাৰে আগুৱাব পাৰিব। বিদ্যাত মধ্যম। আর্থিকত মজলীয়া অগ্রগতি। শুভ বং কমলা, শুভ সংখ্যা-৪।

ধনু: নাৰীৰ বাবে দিনটো শুভ। মাটি-বাৰীৰ সম্পৰ্কে সু-সংবাদ লাভ কৰিব। বিদ্যাত শুভ। ভ্ৰমণ কৰিব পাৰে। ঘৰুৱা শুভ। শুভ ৰং ক্রীম, শুভ সংখ্যা ১।

মকৰ : ব্যৱসায়-বাণিজ্যত মজলীয়া ফল পাব। সৃষ্টি মূলক চুক্তি আদিত অনুকুলতা থাকিব। শৰীৰৰ প্ৰতি অবজ্ঞা নকৰিব। সন্তানৰ ভালেই। শুভ বং বগা, শুভ সংখ্যা ৭।

কুম্ভ: কামত উৎসাহ পাব। ঘৰুৱা দিশতো সহানুভূতি থাকিব। বিদ্যাৰ্থীৰ বাবে দিনটো বেয়া নহ’ব। প্রেম প্রণয়ত শুভ। শুভ ৰং কমলা, শুভ সংখ্যা ২।

মীন: কোনো সংবাদত মিশ্ৰত প্ৰতিক্রিয়া হ’ব পাৰে। বিদ্যাতো ভালে নাযাব দাম্পত্যত ভবা মতে সুখী নহ’ব। শৰীৰ মধ্যম। শুভ ৰং চকলেট, শুভ সংখ্যা ১।

Exit mobile version