Horoscope:দিনটোৰ ৰাশিফল

horoscope new 1

Horoscope:দিনটোৰ ৰাশিফল

মেষ: চিকিৎসকসকলৰ দায়িত্ব যথেষ্ট বাঢ়িব। ব্যয়ৰ মাত্রা বৃদ্ধি পাব। সন্তানৰ সুকীর্তি দেখা যায়। দুম্পত্যত শুভ। শুভ ৰং কমলা, শুভ সংখ্যা ৯।

বৃষ: নিৱনুৱাসকলৰ কৰ্মপ্ৰাপ্তিৰ যোগ। স্বাস্থ্যৰ প্ৰতি নজৰ দিয়ক। বিদ্যার্থীসকলৰ বাবে দিনটো শুভ। প্রেমত বাধা। শুভ ৰং বগা, শুভ সংখ্যা

মিথুন: আর্থিকত আয় ব্যয় সমান। বিদ্যাত শুভ। আপোনাৰ কৰ্মদক্ষতাৰ বাবে প্ৰশংসা কৰিব। দাম্পত্যত মতানৈক্য হোৱাৰ সম্ভাৱনা। শুভ ৰং ৰঙা, শুভ সংখ্যা ২।

কর্কট: এই ৰাশিৰ জাতক জাতিকাৰসকলৰ দিনটো শুভ। প্রেমত সফল বিদ্যাত শুভ। আর্থিকত জটিলতা। শুভ ৰং বগা, শুভ সংখ্যা ৯।

সিংহ: আর্থিকত ব্যয় বৃদ্ধি পাব। শিল্পীসকলৰ প্ৰাপ্য সন্মান লাভত আনন্দ। কর্মসূত্ৰত ভ্ৰমণৰ সুযোগ পাব। প্রেমত আনন্দ। শুভ ৰং হালধীয়া। শুভ সংখ্যা 81

কন্যা: ফুৰা-চকাত সতর্ক হ’ব। সন্তানক লৈ চিন্তিত হ’ব। পুৰণি বন্ধুৰ সংগ পাব পাৰে। প্ৰেমত শুভ। শুভ ৰং ৰঙা, শুভ সংখ্যা ৫।

তুলা : শৰীৰ মধ্যম। বিবাহ প্ৰাৰ্থীৰ বিবাহৰ প্ৰস্তাৱ আহিব পাৰে। বিদ্যাত শুভ। কোনো সংবাদ সংযোগত আনন্দ। শুভ বং কমলা, শুভ সংখ্যা ৪।

বৃশ্চিক: আনক উপকাৰ কৰিব যাওঁতে নিজে বিপদত পৰাৰ আংশকা বেছি। সৰু-সুৰা অসুখত ভুগিব পাৰে। প্ৰেমত শুভ। শুভ ৰং ৰঙা, শুভ সংখ্যা ২।

ধনু: হাতত লোৱা কোনো পৰিকল্পনা বাস্তৱত ৰূপায়িত হোৱাৰ সম্ভাৱনা কর্মদক্ষতা বৃদ্ধি পাব। দাম্পত্যত মতানৈক্য হোৱাৰ সম্ভাবনা। শুভ বং বগা, শুভ সংখ্যা ৩।

মকৰ : কোনোৱে আর্থিক দিশত অসুবিধা পাব পাৰে। বন্ধুবৰ্গৰ সহায়- সহযোগত আনন্দিত। প্রেমত বাধা। বিদ্যাত শুভ। শুভ ৰং গুলপীয়া, শুভ সংখ্যা ২।

কুম্ভ: ভ্রমণ নকৰাই ভাল। পেট বা মূৰৰ বিষৰ দৰে সৰু-সুৰা অসুখত ভুগিব পাৰে। প্ৰেমত পোৱা বাধা আঁতৰ হ’ব। ৰং হালধীয়া, শুভ সংখ্যা ৯।

মীন: ব্যয়ৰ মাত্ৰা বাঢ়িব। ভ্রমণত সাৱধান হোৱা উচিত। বিদ্যাত শুভ ফল। পাৰিবাৰিক দিশত দিনটো উন্নত। বিদ্যাত শুভ ফল। পাৰিবাৰিক দিশত দিনটো উন্নত। শুভ ৰং বগা, শুভ সংখ্যা ৭।

Exit mobile version