Bongaigaon Accident:বঙাইগাঁৱত শোকাৱহ ঘটনা

ৰে'লৰ খুন্দাত মাতৃ-জীয়ৰী সহ তিনিজন নিহত

deadbody

Bongaigaon Accident:

এক শোকাৱহ দুৰ্ঘটনাত একে পৰিয়ালৰ তিনি গৰাকী লোকৰ মৃত্যুৰ ঘটনাই শোকাহত কৰি তুলিছে সমগ্ৰ বঙাইগাঁৱতে

ADVERTISEMENT

বঙাইগাওঁ চহৰৰ কাষৰীয়া কুজিয়া নৈৰ সেতুঁত থকা ৰে’ল লাইন পৰা হ’বলৈ লওতেইহ নামনিমুৱা বেংগালুৰু এক্সপ্ৰেছৰ খুন্দাত নিহত মাতৃ আৰু কন্যা সহ আন এজন লোক ৷নিহত মাতৃ- কন্যাৰ নাম ক্ৰমে কল্পনা বৰ্মন আৰু প্ৰিয়া বৰ্মন৷অৱশ্যে আন গৰাকী লোকৰ পৰিচয় উদ্ধাৰ হোৱা নাই ৷

শোকাৱহ দুৰ্ঘটনাটি সংঘটিত হোৱাৰ পাছতে ঘটনাস্থলীত আৰক্ষী আৰু ৰে’ল বিভাগৰ লোক উপস্থিত হৈ মৃতদেহ তিনিটা মৰনোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ৷

Exit mobile version