Horoscope:দিনটোৰ ৰাশিফল

horoscope

Horoscope:দিনটোৰ ৰাশিফল

মেষ: আর্থিক উন্নতিত গুৰু স্থানীয় ব্যক্তিৰ সহায় পাব। কর্মস্থানত আর্থিক উন্নতিৰ আশা কৰিব পাৰে। চাকৰিয়ালসকলৰ শুভ। প্ৰেমত বিবাহৰ যোগ। শুভ ৰং বগা, শুভ সংখ্যা ৮।

বৃষ: নতুন কোনো উদ্যোগ বা ব্যৱসায়-বাণিজ্যৰ ক্ষেত্ৰত বিনিয়োগ কৰিব পাবে। চাকৰিত পদোন্নতিৰ সম্ভাৱনা। প্ৰেমত প্রতাবিত হ’ব। শুভ ৰং সেউজীয়া, শুভ সংখ্যা ৪।

মিথুন: কর্মক্ষেত্রত ব্যস্ততা বাঢ়িব। স্বাস্থ্যৰ ক্ষেত্ৰত সামান্য দুশ্চিন্তা। প্ৰেমত সন্দেহৰ কাৰক। পাৰিবাৰিক দিশত অশান্তি। বিদ্যাত শুভ। শুভ ৰং হালধীয়া, শুভ সংখ্যা ৩।

কর্কট: আর্থিকত বিশেষ অসুবিধা দেখা নাযায়। প্রাপ্য ধন আদায় কৰিব পাৰিব। কর্মত সাফল্য আৰু মর্যাদা বৃদ্ধি পাব। প্রেমত উৎসাহ। শুভ ৰং নীলা, শুভ সংখ্যা ৯।

সিংহ: যৌথ ব্যৱসায়ত আর্থিক লেনদেনৰ ক্ষেত্ৰত শুভ প্রভাব পৰিব। নতুন কর্মপ্রেরণা পাব। স্বামী-স্ত্ৰীৰ মাজত ভুল বুজাবুজি হ’ব পাৰে। প্রেমত আবেগ। শুভ ৰং পাতল হালধীয়া, শুভ সংখ্যা ৫।

কন্যা: ব্যৱসায়ত হঠাৎ লাভ বৃদ্ধিৰ কাৰকতা। কর্মক্ষেত্রত কিছু অগ্রগতি তথা পদোন্নতি। আকস্মিক দুর্যোগ দুর্ঘটনাৰ দ্বাৰা অমংগল সুচিত হ’ব। প্ৰেমত শুভ। শুভ ৰং গেৰুৱা, শুভ সংখ্যা ৭।

তুলা: ব্যৱসায়ত পৰিকল্পিত অগ্ৰসৰত কিছু বাধা। কর্মত স্থায়ী সিদ্ধান্ত ল’ব পাৰিব। নিবনুৱাৰ কৰ্ম লাভৰ যোগ। বিদ্যাত শুভ। শুভ ৰং কমলা, শুভ সংখ্যা ৯।

বৃশ্চিক: অংশীদাৰী ব্যৱসায়ত ব্যস্ততা বৃদ্ধি পাব। কর্মক্ষেত্রত আর্থিক উন্নতিৰ কাৰণে নতুন যোগাযোগ। প্রেম প্রণয়ত শুভ। বিদ্যাত জটিলতা। শুভ ৰং মাটিয়া, শুভ সংখ্যা-৫।

ধনু: দিনটোত ধনকষ্ট পাব। ভাই-ভনীৰ পৰা সমাদৰ লাভ কৰিব। পুৰণি ব্যাধিয়ে কিছু কষ্ট দিব পাৰে। প্ৰেমত সতর্কতাৰ প্রয়োজন। বিদ্যাত বাধা। শুভ ৰং সেউজীয়া, শুভ সংখ্যা ৬।

মকৰ: নতুন প্রতিষ্ঠিত ব্যবসায়-বাণিজ্যৰ ক্ষেত্ৰত দিনটো শুভ। গৱেষণামূলক কাম-কাজত প্ৰতিভাৰ বিকাশ ঘটিব। সন্তানৰ কর্মতৎপৰতাই আপোনাক আনন্দিত কবিব। শুভ ৰং আকাশী নীলা, শুভ সংখ্যা ১।

কুম্ভ: আর্থিক দিশত জটিলতা নাই। আয় বৃদ্ধিৰ কাৰকতা। বিদ্যাৰ ক্ষেত্ৰত যশ বৃদ্ধিৰ কাৰক। সৰু-সুৰা ৰোগত দেহ কষ্ট পাব। প্রেমত মধ্যম। শুভ ৰং হালধীয়া, শুভ সংখ্যা ৩।

মীন: আর্থিক দিশত আয় বৃদ্ধিৰ লগতে সঞ্চয় বৃদ্ধি পাব। উচ্চপদস্থ কমচাৰীসকলৰ বাবে অনুকূল সময়। প্রতিযোগিতামূলক পৰীক্ষাত সুনাম বৃদ্ধিৰ যোগ। শুভ ৰং বগা, শুভ সংখ্যা ৩।

Exit mobile version