Horoscope:দিনটোৰ ৰাশিফল

horoscope

Horoscope:দিনটোৰ ৰাশিফল

মেষ: চোৰ-ডকাইতৰ পৰা সাৱধান হ’ব। অৰ্থৰ নাটনি হ’ব পাৰে। অচিনাকি ব্যক্তিৰ দ্বাৰা সমস্যাত পৰিব পাৰে। টকা ধাৰ দিয়া বা লোৱা এটাও নকৰিব। শিক্ষার্থীৰ শুভ। শুভ সংখ্যা ৪। শুভ ৰং নীলা।

বৃষ: বিয়াৰ প্ৰস্তাৱ পাব পাৰে। শিক্ষাৰ্থীৰ বাধা দেখা যায়। ব্যৱসায়ত কিছু এই সমস্যা আছে যদিও সমাধান হ’ব। শুভ কাম আজি নকৰাই ভাল হ’ব। সাংসাৰিক অশান্তি বাড়ি। শুভ ৰং ক’লা। শুভ সংখ্যা ৭।

মিথুন: অর্থ হানিৰ যোগ দেখা যায়। পৰিয়ালত বিবাহ হ’ব পাৰে। ব্যৱসায়ত লেন-দেন কৰোতে সাৱধান হ’ব পাৰে। পথ দুর্ঘটনা ঘটিব পাৰে। কর্মত নিযুক্তি হ’ব। শুভ বং হালধীয়া। শুভ সংখ্যা ২।

কর্কট: কোনো কামৰ বাবে চুক্তিবদ্ধ হ’ব পাৰে অথবা নতুন কোনো সংস্থাৰ পৰা স্বীকৃতি লাভ। অৱশ্যে বিবাহ বা জীৱিকাৰ উন্নতি হ’ব। আর্থিক দিশত শুভ। শুভ বং বগা। শুভ সংখ্যা ২।

সিংহ: কিছু সন্দেহ আৰু কষ্টেৰে কামত আগবাঢ়িলে খুব আহুকালত পৰিব নালাগিব। দূৰ যাত্ৰাদিত বাধা পৰা পক্ষত অতিপাত পৰিশ্ৰম বৰ্জন কৰক। শুভ সংখ্যা ৯। শুভ বং গুলপীয়া।

কন্যা: প্রিয় বন্ধুবৰ লগত সাক্ষাৎ লাভ। ক্রমে দিনটো কিছু বাধাৰ মাজেদি পাৰ হ’ব। ব্যৱসায়ত উন্নতিৰ যোগ। কৰ্মত অশান্তি হ’ব পাৰে। শুভ ৰং ক্রীম। শুভ সংখ্যা ১।

তুলা: সু-সংযোগ লাভৰ যোগ। বিদ্যা, কর্মস্থান শুভ ফল। দায়িত্ব পূর্ণ কৰ্মৰ ক্ষেত্ৰত সচেতন হওক। ব্যৱসায়ত উন্নতিৰ চেষ্টা কৰক, সফল হ’ব। শুভ ৰং গুলপীয়া। শুভ সংখ্যা ৪।

বৃশ্চিক: কর্মাদিত হঠাৎ ব্যস্ততা বাঢ়িব পাৰে। আৰ্থিকভাৱে খৰচ বৃদ্ধি হ’ব। কিছুমান দুর্ভাৱনাই লগ ধৰিব পাৰে। কর্তব্যত আগবাঢ়িব পাৰে। শুভ ৰং ৰঙা। শুভ সংখ্যা ৫।

ধনু: কোনো কর্মত আনন্দ পাব পাৰে। পুৰণা বন্ধু লগ পোৱাৰ সম্ভৱনা দেখা যায়। পৰাপক্ষত ঘৰৰ মানুহৰ লগত সময় কটাওক। প্রেমত বাধা দেখা যায়। শুভ বং ক’লা। শুভ সংখ্যা ৮।

মকৰ : স্বাস্থ্যৰ অসুবিধা হোৱাৰ বাবে ব্যৱসায়ত সমস্যা আহিব পাৰে। পঢ়া-শুনাৰ প্ৰতি গুৰুত্ব দিয়ক। কর্মস্থানত আর্থিক উন্নতিৰ আশা কৰিব পাবে। নতুন কর্মপ্রেবণা পাব। শুভ রং মাখন। শুভ সংখ্যা ৭।

কুম্ভ: যৌথ ব্যবসায়ত আর্থিক লেন-দেনৰ ক্ষেত্ৰত শুভ প্ৰভাৱ পৰিব। প্রতিযোগিতামূলক পৰীক্ষাত সুনাম বৃদ্ধিৰ যোগ দেখা যায়। চাকৰিৰ স্থান সলনি হ’ব পাৰে। শুভ ৰং হালধীয়া। শুভ সংখ্যা ৪।

মীন: ব্যৱসায়ৰ ক্ষেত্রত শুভ ফল দেখা যায়। প্ৰিয়জনৰ বাবে ঘৰত বিবাদ ‘হ’ব পাৰে। নতুন গৃহ নিৰ্মাণৰ সুযোগ দেখা যায়। শুভ ৰং সোণালী। শুভ সংখ্যা ২।

Exit mobile version