Horoscope:দিনটোৰ ৰাশিফল

horoscope

Horoscope:দিনটোৰ ৰাশিফল

মেষ: শৰীৰ ভালে নাযাব। মানসিক চিন্তা বৃদ্ধি। অন্যান্য সমস্যাই মন ভাৰাক্ৰান্ত কৰিব পাৰে। প্ৰেমত মধুৰ ভ্ৰমণৰ সুযোগ।

বৃষ: শুভ অথবা মাংগলিক কার্যত খৰচ বৃদ্ধি। নতুন কোনো সংবাদ প্রাপ্তি। পূৰ্বৰ সমস্যাৰ অন্ত। বিবাহৰ যোগ।

মিথুন: মানসিক শুভ। খোৱা লোৱাত তৃপ্তি। পাৰিবাৰিক সুখ বৃদ্ধি। জ্যেষ্ঠজনৰ সহযোগ প্রাপ্তি।

কর্কট: আর্থিক স্থিতিৰ সন্তোষজনক প্রগতি। প্ৰেমত শুভ। ধন প্রাপ্তিৰ যোগ। শাৰীৰিক অসুবিধাৰ সৃষ্টি হ’ব পাৰে।

সিংহ: আধ্যাত্মিক ক্ষেত্রত প্রগতি। আর্থিক সংকটে দেখা দিব পাৰে। ঘৰুৱা বিবাদে অশান্তি সৃষ্টি কৰাৰ সম্ভাৱনা।

কন্যা: পুৱাৰ ভাগত কিছু অশান্তিকৰ। লাহে লাহে পৰিস্থিতিৰ উন্নতি। আমোদ-প্রমোদ বৃদ্ধি। শুভ কার্যত খৰচ বৃদ্ধি।

তুলা: মানসিক চিন্তা। আর্থিক সমস্যা দূৰ নহ’ব। অন্যান্য ক্ষেত্রত শুভ। পাৰিবাৰিক অশান্তি।

বৃশ্চিক: দিন শুভ। কার্যত সফলতা লাভ কৰিব। সু-সংবাদ লাভ। ভ্রমণ যোগ। প্রিয়জনৰ আগমন।

ধনু: ভ্রাতৃৰ সহযোগ প্রাপ্তি। সৎ উদ্দেশ্যব কার্যত সফলতা লাভ। প্রেমত অশান্তি। শাৰীৰিক শুভ।

মকৰ : ব্যৱসায়ত সফলতা প্রাপ্তিৰ যোগ। আর্থিক লাভ। স্বাস্থ্য ভালে। নাযাব। অন্যান্য ক্ষেত্ৰত শুভ দেখা যায়।

কুম্ভ: কর্মক্ষেত্রত শুভ। ব্যৱসায়-বাণিজ্যত শুভ ফল পাব। দৈহিক দিশত ভালে নাযাব। প্রেমত মতানৈক্য। .

মীন: মানসিক উন্নতি। মান-সম্মান বৃদ্ধি। সামাজিক প্রতিষ্ঠা লাভ। আর্থিক স্থিতিব উন্নতি।

Exit mobile version