Horoscope:দিনটোৰ ৰাশিফল

horoscope

Horoscope:দিনটোৰ ৰাশিফল

মেষ: মানসিক কষ্ট বাঢ়িব পাৰে। ঘৰৰ পৰা কিছু মূল্যৱান সামগ্রী হেৰুৱাব পাৰে। বন্ধুৰ লগত বিবাদ হোৱাৰ সম্ভাৱনা। ব্যৱসায়ৰ বাবে চিন্তা বৃদ্ধি। শুভ ৰং মাখন, শুভ সংখ্যা ২।

বৃষ: আপোনাৰ কোনো ব্যৱহাৰে আনৰ বেয়া লাগিব পাৰে। পৰাপক্ষত স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিয়ক। স্বাস্থ্য অসুস্থি হোৱাৰ বাবে ব্যৱসায় সমস্যা হ’ব পাৰে। শুভ বং মুটিয়া, শুভ সংখ্যা ৫।

মিথুন: ব্যৱসায় নতুন কামৰ শুভ সূচনা আহিব পাৰে। শত্ৰুৰ পৰা সাৱধানে থাকক। চাকৰিৰ স্থান সলনি হ’ব পাৰে। প্ৰিয়জনৰ লগত শান্তি অনুভৱ কৰিব। শুভ ৰং টিয়া, শুভ সংখ্যা ৪।

কর্কট: হাতলৈ টকা-পইচা আহিব যদিও খৰচ বাঢ়িব। সময়ৰ কাম সময়ত কৰিলে ভাল ফল পাব। কর্মস্থানত অতিৰিক্ত ক্রোধৰ বাবে বিবাহ হ’ব। দ। পাৰে। শুভ ৰং নীলা, শুভ সংখ্যা ৯।

সিংহ: পৰাপক্ষত টকা-পইচাৰ লেন-দেন নিজৰ হাতেৰে কৰিব। চাকৰিয়ালৰ পদোন্নতিত বাধা আছে। আনক আনন্দ অনুভৱ কৰাব খোজোতে নিজে দুখত পৰিব। শুভ ৰং গেৰুৱা, শুভ সংখ্যা ৩।

কন্যা: স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিয়ক। চাকৰিৰ স্থানত কোনো মহিলাৰ লগত নতুন বন্ধুত্ব হ’ব পাৰে। যান-বাহন চলোৱা লোকসকলে অলপ সাৱধান হৈ গাড়ী চলাব। শুভ ৰং গুলপীয়া, শুভ সংখ্যা ৬।

তুলা: অচিনাকি ব্যক্তিৰ পৰা প্ৰচাৰিত হোৱাৰ আশংকা। কোনো অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ আইনি সুৰক্ষা পাব। প্রতিযোগিতামূলক কামত জয় লাভ
হ’ব। শুভ ৰং নীলা, শুভ সংখ্যা ৭।

বৃশ্চিক: সামাজিক সুনাম হানি হোৱাৰ আশংকা। কৰ্ম আৰু পাৰিবাৰিক ক্ষেত্ৰত শুভ ফল পাব। ব্যৱসায় শুভ ফল পাব। দাম্পত্য মজলীয়া প্রভাব পৰিব। কাকো বলে ব্যৱহাৰ নকৰিব। শুভ ৰং বগা, শুভ সংখ্যা।

ধনু: কৰ্মক্ষেত্ৰত নিজৰ দায়িত্ব সম্পর্কে সচেতন হওক। নতুন আশাৰে আনৰ লগত কথা পাতি সুখ পাব। অন্তৰংগ বন্ধু-বান্ধৱীৰ লগত আনন্দ লাভ কৰিব। শুভ ৰং বেঙুনীয়া, শুভ সংখ্যা ১।

মকৰ : পৰাপক্ষত কাকো কঠোৰ বাক্য ব্যৱহাৰ নকৰিলে দিনটোত ভাল ফল পাব। ব্যৱসায়ীসকলৰ বাবে দিনটো মধ্যমীয়া। দিনটোত ব্যৱসায়ীসবাল লেন-দেন কৰোতে সাৱধান হ’ব। শুভ ৰং হালধীয়া, শুভ সংখ্যা ৭।

কুম্ভ: দিনটো অলপ সাৱধানে চলিবলৈ চেষ্টা কৰক। নতুন কোনো যোগাযোগত উৎসাহিত হ’ব পাৰে। পৰাপক্ষত টকা-পইচাৰ লেন-দেন নিজৰ হাতেৰে কৰিব। শুভ ৰং ৰঙা, শুভ সংখ্যা ১।

মীন: আর্থিক দিশত আয় বৃদ্ধিৰ কাৰকতা। অকাৰণ বা কাৰণতেই হওক কোনোৰ লগত মত বিৰোধ হোৱাৰ আশংক্ষা। বন্ধুবৰ্গৰ প্ৰতি সাৱধান হওক। শুভ ৰং মটিয়া, শুভ সংখ্যা ৭।

Exit mobile version