Horoscope:দিনটোৰ ৰাশিফল

horoscope

Horoscope:দিনটোৰ ৰাশিফল

মেষ: ব্যৱসায়ত মধ্যম ফল পাব। কর্মক্ষেত্রত জটিলতা কমিব। বিদ্যাত আশা দেখিলেও বাধা পাব। সন্তানৰ বাবে চিন্তা থাকিব। প্রেমত শুভ।

বৃষ: বিদ্যাৰ্থীৰ বাবে তেনে বাধা দেখা নাযায়। কর্মক্ষেত্ৰত দুপৰীয়াৰ পৰা সাৱধান থাকিব। দৈহিক ক্ষেত্রত শুভ ফল পাব। ঘৰুৱা মধ্যম।

মিথুন: আর্থিকত পোৱা কষ্টৰ কিছু হ’লেও লাঘৱ হ’ব। বিদ্যাত মধ্যম। দাম্পত্য চিন্তা থাকিব। ব্যৱসায়ত আয় বৃদ্ধি পাব।

কর্কট: আর্থিওক উন্নতিত বাধা। বিদ্যাত যত্নৰ ত্রুটি নকৰিব। শাৰীৰিক দিশত দুর্বলতা অনুভৱ হ’ব। চাকৰিয়ালৰ বাবে শুভ দিন।

সিংহ: ব্যৱসায়ত উন্নতিৰ যোগ। বিদ্যার্থীৰ আশা পূৰণ হ’ব পাৰে। ভ্রমণত দ্রব্য লাভ। প্রেমত ঘৰুবা বাধা। কর্মক্ষেত্রত শুভ ফল পাব।

কন্যা: শাৰীৰিক দিশত অথন্তৰ অনুভৱ কৰিব; নতুন ব্যৱসায় সফলতা লাভ। গতানুগতিক কামত বেছি বাধা নাই। বিবাহৰ ক্ষেত্ৰত বাধা আঁতবিব।

তুলা: কর্মক্ষেত্রত দায়িত্ব বৃদ্ধি পাব। ভূমিৰ বিবাদৰ সন্তোষজনক সমাধান হ’ব পাৰে। প্ৰেমত অশান্তি। আর্থিকত আশানুৰূপ ফল পাব।

বৃশ্চিক: বিদ্যার্থীৰ আশা পূৰণ হ’ব পাৰে। যৌথ ব্যৱসায়ত আশানুৰূপ ফল নাপাব। আর্থিক সমস্যাই বিব্রত কৰিব। নিবনুৱাৰ কৰ্ম লাভ।

ধনু: বিবাহৰ যোগাযোগত শুভ। বিদ্যার্থীৰ বাবে শুভ দিন। যানবাহনৰ ক্ৰয় কৰিব পাৰে। সন্তানৰ কৃতিত্বই আনন্দিত হ’ব।

মকৰ: চাকৰি পৰিৱৰ্তনৰ পৰিকল্পনা স্থগিত ৰাখক। ব্যৱসায়ত সফলতা অৰ্জন কৰিব. দূৰ ভ্ৰমণৰ সম্ভাৱনা। প্ৰেমত আন্তৰিকতা।

কুম্ভ: আয়-উপাৰ্জনৰ ক্ষেত্ৰত বাধা আঁতৰিব। বিদ্যাত বেয়া দেখা নাযায়। ব্যৱসায়ত মধ্যম উন্নতি। প্রেম-প্রণয়ত সুখ বৃদ্ধি পাব।

মীন: কর্মক্ষেত্রত আর্থিক লেনদেনত সাৱধান থাকি। স্বামী-স্ত্রীৰ মাজত মতানৈক্যৰ সম্ভাৱনা। উচ্চ শিক্ষার্থে বিদেশ যাত্ৰাৰ সম্ভাৱনা।

Exit mobile version