Horoscope:দিনটোৰ ৰাশিফল

horoscope

Horoscope:দিনটোৰ ৰাশিফল

মেষ: সকলো দিশতেই উদাৰতা আৰু সংযম ৰক্ষা পৰিব; হনুমানক পূজা কৰক, পানীৰ পৰা সাৱধান, ভ্রমণত শুভ, শুভ বং কমলা। শুভ সংখ্যা ৫।

বৃষ: আর্থিক লাভ বৃদ্ধি; ধৈর্য্য, সাহ: আৰু মেধারী দিশ প্ৰকাশ পাব; কর্মসংস্থাপনৰ বাট মুকলি; শুভ ৰং গেৰুৱা। শুভ সংখ্যা ২।

মিথুন: কর্মস্থানত শুভ, খৰচ বৃদ্ধি, প্ৰেমত শুভ, মনৰ অস্থিৰতা বৃদ্ধি, ঘৰুৱা চিন্তা বৃদ্ধি, শুভ ৰং মেৰুণ। শুভ সংখ্যা ৬।

কর্কট: ধৈৰ্যৰ সুফল পাব। কোনো আত্মীয়ৰ সু-সংবাদ পাব; প্রভাৱশালী ব্যক্তিৰ সান্নিধ্যত উপকৃত হ’ব; শুভ ৰং হালধীয়া। শুভ সংখ্যা ১।

সিংহ: আর্থিকত নতুন সুযোগৰ আশা। শৰীৰৰ প্ৰতি যত্ন লওঁক, গণেশক মিঠাই দি পূজা কৰিব; বন্ধুৰ পৰা উপকৃত হ’ব। শুভ ৰং ৰঙা। শুভ সংখ্যা ৫।

কন্যা: দূৰ ভ্ৰমণৰ যোগ। সু-সংবাদ লাভ কৰিব, কর্মস্থান মধ্যম, বাঞ্চিত **কামত অগ্রগতি বৃদ্ধি, সেউজীয়া শুভ বং। শুভ সংখ্যা ৮।

তুলা: শাৰীৰিক উন্নতি, যোগ্য ব্যক্তিৰ মান সন্মান বৃদ্ধি, ৰাজহুৱা কামত ব্যস্ততা বৃদ্ধি, কর্মক্ষেত্রত মধ্যম। শুভ ৰং বগা। শুভ সংখ্যা ৭।

বৃশ্চিক: কর্মস্থানত শুভ, পাৰিবাৰি কিছু সমস্যা থাকিব, বিদ্যাত মাধ্যম, আর্থিকত ব্যয়, শুভ ৰং গুলপীয়া। শুভ সংখ্যা ৩।

ধনু: ব্যৱসায়ীসকলৰ শুভ, পাৰিবাৰিক দুর্ভাবনা থাকিব পাৰে, আজি নিৰামিষ আহাৰ গ্ৰহণ কৰিব, ভ্ৰমণত শুভ, শুভ ৰং নীলা। শুভ সংখ্যা ২।

মকৰ: মানসিক বা অযথা চিন্তাই মনৰ অশান্তি বৃদ্ধি কৰিব, কর্মক্ষেত্ৰত ব্যস্ততা বৃদ্ধি, ব্যৱসায়-বাণিজ্যত মধ্যম, বেঙুনীয়া শুভ ৰং। শুভ সংখ্যা ৯।

কুম্ভ: হঠাৎ অর্থলাভ কৰিব পাৰে, বন্ধুৰ পৰা উৎসাহ পাব। দাম্পত্যত ‘বুজা-বুজিৰ অভাৱ, শুভ বং মাটিয়া। শুভ সংখ্যা ৪। বিদ্যাত শুভ।

মীন: ব্যৱসায়ত শুভ, ঘৰুৱা কাম-কাজৰ লগতে নতুন চিন্তাত সুফল পাব, প্ৰেমত শুভ, শৰীৰৰ প্ৰতি যত্ন লওঁক, শুভ ৰং কমলা। শুভ সংখ্যা ৬।

Exit mobile version