Horoscope:ৰাশিফল

horoscope

Horoscope:ৰাশিফল

মেষ: কৰ্ম আৰু ইচ্ছা শক্তি বৃদ্ধি পাব। নিৱনুৱাৰ কৰ্ম সংস্থানৰ আশা ভ্ৰমণৰ শুভ, বিদ্যাত শুভ। শুভ ৰং নীলা। শুভ সংখ্যা ৪।

বৃষ: কৰ্মক্ষেত্ৰত মধ্যম, ব্যৱসায়ী সকলৰ নতুন সুযোগৰ আশা, বিদ্যাত মধ্যম শুভ ৰং বগা। শুভ সংখ্যা ৬।

মিথুন: শৰীৰৰ যত্ন লওক, কর্মস্থানত কিছু জটিলতা থাকিব। পাৰিবাৰিক কষ্ট যান-বাহনৰ পৰা সাৱধান, নতুন কর্ম সংস্থাপনৰ যুগ। শুভ ৰং সেউজীয়া। শুভ সংখ্যা ২।

কর্কট: কর্মক্ষেত্রত উৎসাহ বৃদ্ধি। আত্মীয়ৰ পৰা সুসংবাদ পাব পাৰে। প্রভাবশালী ব্যক্তিৰ পৰা উপকৃত হ’ব পাৰে। শুভ ৰং কমলা। শুভ সংখ্যা ৭।

সিংহ: আর্থিকত শুভ, কর্মত বাধা, উৎসাহ পূর্ণ আনন্দ। মুকলি পৰিৱেশত সময় কটাওক, শুভ ৰং ৰঙা। শুভ সংখ্যা ১।

কন্যা: বিদ্যাত শুভ, শাৰীৰিক মধ্যম, ভ্ৰমণত শুভ, আয় বৃদ্ধি, বন্ধুবৰ্গৰ পৰা সহায় পাব। শুভ ৰং নীলা। শুভ সংখ্যা ৫।

তুলা: ৰাজহুৱা কামত ব্যস্ততা বৃদ্ধি। যোগ্য ব্যক্তিৰ মান সম্মান বৃদ্ধি, আয় বৃদ্ধি, কর্মত মধ্যম, শুভ ৰং মেরুণ। শুভ সংখ্যা ৭।

বৃশ্চিক: কর্মস্থানত পদ্দোন্নতি, উদ্যোগ বা ব্যৱসায়-বাণিজ্যত শুভ। আর্থিক ৩ীব্যয়। বিদ্যাত মধ্যম, শুভ ৰং হালধীয়া। শুভ সংখ্যা ৩।

ধনু: ব্যৱসায়ীৰ উন্নতির, আত্মীয়ৰ বাবে দুৰ্ভাৱনা থাকিব পাৰে। গুৰুক স্মৰণ কৰক, তুলসীৰ তলত পূজা কৰিব। শুভ ৰং ক’লা। শুভ সংখ্যা ২।

মকৰ : শৰীৰৰ প্ৰতি যত্ন লওক, কর্মব্যস্ততা বৃদ্ধি। শুভ কাম কৰিব পাৰিব ৷পাৰিবাৰিক কিছু সমস্যা থাকিব। শুভ ৰং সেউজীয়া। শুভ সংখ্যা ৮।

কুন্ত: কর্মস্থানত পদ্দোন্নতি, হঠাৎ আয় বৃদ্ধি, ভ্রমণত সাৱধান। কোনো ২। আকস্মিক চিন্তাই আমনি কৰিব পাৰে। বিষ্ণু পূজা কৰক শুভ হ’ব। শুভ ৰং চকলেট। শুভ সংখ্যা ৩।

মীন: কৰ্মত নতুন প্ৰেৰণা পাব, প্ৰেমত শুভ, ধনপ্রাপ্তিৰ যুগ। ঘৰুৱা নতুন কাম হাতত ল’ব পাৰিব। শুভ ৰং গেৰুৱা, শুভ সংখ্যা ৫৬।

Exit mobile version