Horoscope:ৰাশিফল

horoscope

Horoscope:ৰাশিফল

মেষ: উন্নত পৰিৱেশ। প্রিয় বন্ধু-বান্ধৱৰ লগত সাক্ষাৎ লাভ। ব্যৱসায়ত ‘উন্নতিৰ চেষ্টাত সফল হ’ব পাৰে। দায়িত্বপূৰ্ণ কৰ্মৰ ক্ষেত্ৰত সচেতন হওক। শুভ ৰং ক্রীম। শুভ সংখ্যা ৩।

বৃষ: যানবাহন চলোৱা লোকসকলে আজিৰ দিনটো সাৱধানে থাকক। বিবাহিত জীৱনৰ শুভ ফল। উচ্চ শিক্ষাৰ বাবে সমস্যা হ’ব পাৰে। শুভ ৰং মটীয়া। শুভ সংখ্যা ১০।

মিথুন: সন্তানৰ বাবে খৰচ বৃদ্ধি হ’ব পাৰে। গৃহ নিৰ্মাণৰ ফলত বাধা দেখা যায়। দেহৰ অশান্তি হ’ব পাৰে, শত্ৰুৰ পৰা সাৱধানে থাকক। শিক্ষাত শুভ ফল। শুভ ৰং চাই। শুভ সংখ্যা ৬।

কর্কট: বিদ্যাত সাফল্য লাভ। গৱেষণামূলক কামত প্ৰতিভাৰ বিকাশ। ‘আশা কৰা কোনো যোগাযোগ বিফল হ’ব পাৰে। আর্থিক দিশত ভাল। শুভ ৰং বগা, শুভ সংখ্যা ৮।

সিংহ: আথিক উন্নতিৰ কাৰণে নতুন যোগাযোগ সফল হ’ব পাৰে। পুৰণি অসুখ সাময়িক কষ্টদায়ক হ’ব পাৰে। আয় বৃদ্ধিৰ লগত সঞ্চয় বৃদ্ধিৰ যোগ। প্রেমত শুভ ফল। শুভ ৰং গুলপীয়া, শুভ সংখ্যা ৭।

কন্যা: স্বাস্থ্য অসুবিধা হ’ব পাৰে। পঢ়া-শুনাব চেষ্টাৰ প্রতি গুৰুত্ব দিয়ক। পাৰিবাৰিক কোনো বিষয়ে উৎকণ্ঠা বৃদ্ধি হ’ব পাৰে। প্ৰেমৰ দিশত বাধা দেখা যায়। শুভ ৰং ক’লা, শুভ সংখ্যা ৫।

তুলা: আর্থিক অসুবিধা কিছু পৰিমাণে লাঘব হোৱাব আশা দেখা যায়। কোনো প্রভাবশালী লোকৰ সান্নিধ্য লাভ কৰিব পাৰে। কৰ্মচাৰীসকলৰ বাবে নতুন সুযোগ আহিব পাৰে। শুভ ৰং ৰঙা, শুভ সংখ্যা ৪।

বৃশ্চিক: কর্মক্ষেত্রত নিজৰ দায়িত্ব বিষয়ে সতর্ক থাকিব। আর্থিকভাবে উন্নতি হোৱাৰ সম্ভাৱনা? অত্যধিক পৰিশ্ৰম বৰ্জন কৰিব। আজিৰ দিনটো আপোনাৰ মধ্যমভাৱে পাৰ হ’ব। শুভ ৰং হালধীয়া, শুভ সংখ্যা ৬।

ধনু: যিকোনো কাম আৰম্ভ কৰাৰ আগত নিজে স্থিৰভাৱে চিনাক্ত কৰি ল’ব। পাৰিবাৰিক সিদ্ধান্ত গ্রহণৰ পূৰ্বে গুৰুজনাৰ লগত আলোচনা হ’ব পাৰে। অত্যধিক পৰিশ্ৰম বৰ্জন কৰিব। শুভ ৰং গুলপীয়া, শুভ সংখ্যা ۹۱

মকৰ: যিমান পাৰে দিনটোত কঠোৰ বাক্য প্রয়োগ নকৰা ভাল হ’ব। – ভ্ৰমণৰ দিশত বাধা দেখা যায়। আনৰ কথাৰ ওপৰত নিৰ্ভৰ নকৰা ভাল হ’ব। দাম্পত্যত অশান্তি। শুভ ৰং মটীয়া। শুভ সংখ্যা ২।

কুম্ভ: আয় বৃদ্ধিৰ কাৰকতা দেখা যায়। কর্মক্ষেত্ৰত কিছু বাধা আহিব পাৰে, প্ৰেমৰ দাম্পত্য শুভ ফল। বিদ্যাত মাধ্যম ফল। ব্যৱসায়ৰ ক্ষেত্ৰত অশান্তি হ’ব পাৰে। শুভ ৰং বগা, শুভ সংখ্যা ৫।

মীন: আর্থিক দিশত মজলীয়া ফল পাব। ব্যৱসায়-বাণিজ্যৰ ক্ষেত্ৰত গুৰুতৰ একো সিদ্ধান্ত নোলোৱাই ভাল। বিদ্যাৰ্থীসকলৰ বাবে শুভ ফল। প্ৰেমত মত বিৰোধ হ’ব পাৰে। শুভ ৰং পাতল নীলা, শুভ সংখ্যা ৮।

Exit mobile version