Horoscope:ৰাশিফল

horoscope

Horoscope:ৰাশিফল

মেষ: মাটি-বাৰী, ধন লাভৰ যোগ। সুবন্ধুৰ লগ পাব। শাৰীৰিক বিষ বেদনা বৃদ্ধি পাব, ভ্রমণত শুভ। শুভ বং সেউজীয়া, শুভ সংখ্যা ৫।

বৃষ: ঘৰ-দুৱাৰ উন্নতিৰ চিন্তা, দাম্পত্যত বিশৃংখলা ৰহস্যমূলক কামত মনোযোগ বৃদ্ধি। ভ্রমণত মধ্যম। শুভ বং মেৰুণ, শুভ সংখ্যা ৯।

মিথুন: কর্মস্থানত উন্নতি। শত্রু বৃদ্ধি হ’ব। শৰীৰৰ উন্নতি হ’ব। ব্যয় বৃদ্ধি, আপোনাৰ কথাত আনক কষ্ট দিব পাৰে। শুভ ৰং হালধীয়া, শুভ সংখ্যা ২।

কর্কট: সামাজিক স্থিতি উন্নতি, লগ বন্ধুৰ পৰা হানি হ’ব পাৰে। নিজক ব্যস্ত কৰি ৰাখক। শুভ ৰং নীলা। শুভ সংখ্যা ৪।

সিংহ: বন্ধুৰ সংখ্যা বৃদ্ধি পাব। ব্যৱসায়ত মন স্থিৰ কৰি ৰাখক। খুচৰা ব্যধিয়ে আমনি কৰিব। কৰ্মত উন্নতি। শুভ ৰং গোলাপী, শুভ সংখ্যা ১।

কন্যা: ৰাজনীতিৰ লগত জড়িত ব্যক্তি বলিষ্ঠ পদক্ষেপ পাব। মিলিজুলি কাম কৰিলে অধিক লাভৱান হ’ব। ভ্রমণত মধ্যম। শুভ ৰং নীলা। শুভ সংখ্যা ৭।

তুলা: ছিঙা বাফটা বস্ত্ৰ পৰিধান নকৰিব। মানসিক শক্তি উন্নত স্থান পাব। গণেশক পূজা কৰক। শুভ ৰং ৰঙা, শুভ সংখ্যা ৮।

বৃশ্চিক: কর্মত উন্নতি যুগ, দূৰণি সংবাদে আনন্দিত দিব। কিছুমান ক্ষেত্রত নীৰৱতা অৱলম্বন কৰিব। বগা ৰং ব্যৱহাৰ কৰিব। শুভ বং গেৰুৱা, শুভ সংখ্যা ৬।

ধনু: সততাত আনে আঘাত কৰিব পাৰে। কর্মস্থান নতুন উদ্যমেৰে কাম কৰিবলৈ উৎসাহ পাব। শুভ ৰং গেৰুৱা, শুভ সংখ্যা ১।

মকৰ: নতুন কামত তৎপৰতা বাঢ়িব, গোপনীয় কার্যত তথ্য সংগ্রহত কৃতকার্য হ’ব। শত্ৰুৰ ষড়যন্ত্ৰৰ ব্যৰ্থ হ’ব। শুভ ৰং গুলপীয়া। শুভ সংখ্যা

কুম্ভ: নতুন কর্ম সংস্থাপনৰ যোগ। মূৰৰ বিষত কষ্ট পাব পাৰে। বিশ্বাসযোগ্যতা বৃদ্ধি পাব। শুভ ৰং ক’লা বাদামী। শুভ সংখ্যা ৩।

মীন: ৰাজনৈতিক ক্ষেত্ৰত অলপ জটিল সমস্যাৰ সন্মুখীন হ’ব। কর্মস্থানত ব্যস্ততা বাঢ়িব। পুৰণি কথাই মনত কষ্ট দিব। শুভ ৰং ৰঙা। শুভ সংখ্যা ৫।

Exit mobile version