ULFA[I]:
যোৱা দেওবাৰে চুবুৰীয়া দেশ ম্যানমাৰৰ গভীৰ অৰণ্যত থকা আলফা স্বাধীনৰ শিবিৰত সংঘটিত হোৱা ড্ৰোন আক্ৰমণৰ ফটো শেহতীয়াকৈ সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰিছে সংগঠনটোৰ প্ৰচাৰ বিভাগৰ সদস্য ৰুমেল অসমে ।
![Assam News Today | ULFA[I]:আলফা (স্বাঃ)ৰ ম্যানমাৰৰ গভীৰ অৰণ্যত থকা শিবিৰত ড্ৰোণ আক্ৰমণ - Dainik Agradoot | ulfa 1](https://i0.wp.com/dainikagradoot.in/wp-content/uploads/2024/01/ulfa-1.jpeg?fit=720%2C546&ssl=1)