Horoscope:ৰাশিফল

horoscope

Horoscope:ৰাশিফল

মেষ: বিদ্যা শুভ। মানসিক শান্তি, মামলা মোকদমা ৰোমন্থন, ভ্ৰমণত শুভ। শুভ ৰং বগা, শুভ সংখ্যা ২।

বৃষ: কর্মস্থানত ব্যস্ততা বৃদ্ধি; শিৱ মন্দিৰ দৰ্শনত শুভ হ’বঃ পূর্বে দূৰ ভ্ৰমণনকৰিব; বন্ধু বৰ্গৰ পৰা সাৱধান, শুভ ৰং মুগা, শুভ সংখ্যা ৬।

মিথুন: কর্ম বিদ্যাত শুভ, বন্ধুবৰ্গৰ পৰা উপকৃত হ’ব। সা-সম্পত্তি লাভ কৰিব পাৰে। পাৰিবাৰিক মধ্যম। শুভ ৰং পাতল নীলা, শুভ সংখ্যা ৮।

কর্কট: প্রভাবশালী লোকৰ সহযোগিতা পাব; দু-সাহসি কামত আনৰ উৎসাহ পাব। কর্মস্থান নিজৰ স্থিতি বজাই ৰাখক, ব্যয় বৃদ্ধি। শুভ বং বগা, শুভ সংখ্যা ২।

সিংহ: আর্থিক বিষয়ত চিন্তা থাকিব, স্বাস্থ্য মাধ্যম। কর্মসংস্থানত উন্নতি, নিৰামিষ খাওক। শুভ ৰং হালধীয়া, শুভ সংখ্যা ৬।

কন্যা: কর্মক্ষেত্রত সচেতন হওক। শিৱ মন্দিৰ দৰ্শন কৰক, নিষ্ঠা আৰু সততা বৃদ্ধি অর্থ লাভ; ক্রীম ৰং ব্যৱহাৰ কৰক, শুভ সংখ্যা ৩।

তুলা: কর্মত বিচক্ষণতা প্রকাশ পাব। বেল গছত পানী দিয়ক, জুইৰ পৰা সাৱধান, শুভ ৰং মাখন, শুভ সংখ্যা ৮।

বৃশ্চিক: বিদ্যাত শুভ, কর্মস্থানত মধ্যম, অৱাৱত ধন খৰচ হ’ব পাৰে। স্বাস্থ্য কিছু দুৰ্বল, নিচা দ্রব্য সেৱন নকৰিব। শুভ ৰং সোণালী, শুভ সংখ্যা ২।

ধনু: খৰচ বৃদ্ধি। কর্মক্ষেত্ৰত মধ্যম। আত্ম অহংকাৰ বৃদ্ধি। পদোন্নতিৰ যোগ। ভ্রমণত কষ্ট, শুভ ৰং মুগা, শুভ সংখ্যা ৭।

মকৰ: কর্মব্যস্ততা বৃদ্ধি, ব্যৱসায়ী, ৰাজনৈতিক ক্ষেত্ৰত জড়িত লোকৰ সা- সন্মান বৃদ্ধি। আপোনাৰ সৰলতাৰ সুযোগ আনে ল’ব পাৰে, শিৱক স্মৰণ কৰক। শুভ ৰং নীলা, শুভ সংখ্যা ৫।

কুম্ভ: কর্মত উন্নতি, স্বাস্থ্যৰ প্ৰতি যত্ন লওক, প্রেমত কষ্ট, হঠাৎ অর্থ লাভে আনন্দিত কৰিব, শুভ ৰং ৰঙা, শুভ সংখ্যা ৯।

মীন: ব্যৱসায়ত শুভ। উন্নতিৰ যোগ। ভ্রমণ মধ্যম। কোনো ব্রাহ্মণক লগন দান কৰিব। বগা শুভ বং, শুভ সংখ্যা ১।

Exit mobile version