Horoscope:ৰাশিফল

horoscope

Horoscope:ৰাশিফল

মেষ: ব্যৱসায় ক্ষেত্ৰত খৰচ বৃদ্ধি। পাৰিবাৰিক দিশত অশান্তি হ’ব পাৰে। কামৰ চাপ বৃদ্ধি হ’ব। স্ত্রীৰ লগত অলপ বিবাদ হ’ব। শুভ ৰং নীলা, শুভ সংখ্যা ২।

বৃষ: নতুন গৃহ নির্মাণ হোৱাৰ সম্ভাৱনা। চাকৰিৰ উন্নতিৰ সুযোগ আহিব পাৰে। আন লোকৰ বাবে খৰচ বৃদ্ধি হ’ব পাৰে। প্ৰেমত বাধা আহিব। শুভ ৰং বগা, শুভ সংখ্যা ২।

মিথুন: আর্থিক দিশত অশান্তি হ’ব পাৰে। অতিৰিক্ত অর্থলাভৰ আশা সমস্যা সৃষ্টি কৰিব। বিজ্ঞান চৰ্চাৰ অগ্রগতিৰ সম্ভাৱনা দেখা যায়। শত্ৰুৰ পৰা সাৱধানে থাকক। শুভ ৰং ছাই। শুভ সংখ্যা ৫।

কর্কট: পৰাপক্ষত স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিয়ক। উচ্চ শিক্ষাৰ শুভ ফল। ব্যৱসায় দিশত অশান্তি হ’ব পাৰে। বন্ধুৰ ভুলৰ বাবে সমস্যাৰ সন্মুখীন হ’ব পাৰে। শুভ ৰং হালধীয়া, শুভ সংখ্যা ৪।

সিংহ: সম্পত্তিৰ অধিকাৰ লৈ বিবাদ হ’ব পাৰে। ব্যৱসায় দিশত ভাল। যোগাযোগ আহিব পাৰে। বুদ্ধিৰ ভুলৰ বাবে কামৰ ক্ষতি হোৱাৰ সম্ভাৱনা। শুভ ৰং সেউজীয়া, শুভ সংখ্যা ৭।

কন্যা: স্বাস্থ্যৰ অশান্তিৰ বাবে ব্যৱসায় সমস্যা হ’ব পাৰে। আজিৰ দিনটো আপোনাৰ কাৰণে বহু বেছি ভাল নহয়। আর্থিক দিশত আয় বৃদ্ধি হোৱাৰ যোগ। শুভ ৰং কমলা, শুভ সংখ্যা ৬।

তুলা: চাকৰিৰ স্থান সলনি হ’ব পাৰে। পৰাপক্ষত টকা-পইচাৰ লেনদেন। নিজৰ হাতেৰে কৰক। কর্মস্থানত উচ্চপদস্থ ব্যক্তিৰ লগত বিবাদ হ’ব। পাৰে। শুভ ৰং ৰঙা, শুভ সংখ্যা ৩।

বৃশ্চিক: ভ্ৰমণৰ দিশত শুভ ফল। অতিৰিক্ত আৱেগৰ বাবে কামৰ ক্ষতি হ’ব পাৰে। উচ্চ শিক্ষাৰ সুযোগ আহিব পাৰে। প্রিয়জনৰ ব্যৱহাৰে মনত আঘাত দিব। শুভ ৰং মাটিয়া, শুভ সংখ্যা ৮।

ধনু: আর্থিক দিশত অশান্তিৰ বাবে ঘৰত চিন্তাৰ বৃদ্ধি। ব্যৱস্থতাৰ মাজেৰে দিনটো পাৰ হৈ যাব। যিকোনো কাম আৰম্ভ কৰাৰ আগত ডাঙৰৰ পৰামৰ্শ লৈ লওক. শুভ ৰং মাখন, শুভ সংখ্যা ২।

মকৰ : ব্যৱসায় ক্ষেত্ৰত খৰচ বৃদ্ধি। প্রিয়জনৰ বাবে ঘৰত বিবাদ হ’ব পাৰে। মা-দেউতাৰ শৰীৰ লৈ চিন্তা বাঢ়িব। শত্ৰুৰ পৰা সাৱধানে থাকক, বিবাহৰ প্ৰস্তাৱ আহিব পাৰে। শুভ ৰং ক’লা, শুভ সংখ্যা ৪।

কুম্ভ: বিদ্যার্থীসকলৰ বাবে ভাল সুযোগ আহিব পাৰে। কর্মক্ষেত্ৰত উন্নতিৰ যোগ দেখা যায়। ভ্রাতৃ বিবাদ বাঢ়িব পাৰে। মানসিকভাৱে চাপ বৃদ্ধি। শুভ ৰং সোণালী, শুভ সংখ্যা ১।

মীন: সন্তানৰ ব্যৱহাৰৰ বাবে মানসিকভাৱে চাপ বৃদ্ধি। কর্মস্থানত বহু দিনৰ পাছত নিজৰ প্ৰতিভাৰ প্ৰকাশ ঘটিব পাৰে। ব্যৱসায়ৰ ক্ষেত্রত শুভ ফল। শুভ ৰং মাটিয়া, শুভ সংখ্যা ৯।

Exit mobile version