Horoscope:ৰাশিফল

horoscope

Horoscope:ৰাশিফল

মেষ: কর্মস্থানত শুভ। ৰাজনীতিৰ লগত জড়িত ব্যক্তি বলিষ্ঠ পদক্ষেপ ল’ব পাৰিব। পাৰিবাৰিক মধ্যম, বিদ্যাত শুভ, শুভ ৰং মেৰুণ, শুভ সংখ্যা ৩।

বৃষ: মাটি সম্পত্তি ক্ৰয় কৰিব পাৰিব। ব্যৱসায়ত মধ্যম, বিদ্যাত বাধাৰ সন্মুখীন হ’ব পাৰে, পৰিৱেশ অস্থিৰ, শুভ ৰং নীলা, শুভ সংখ্যা ৬।

মিথুন: মাটি-বাৰীৰ লেঠা শেষ হ’ব, পুৰণি ৰোগে কষ্ট দিব পাৰে, কর্মত মধ্যম, ৰাজনীতিৰ জড়িত ব্যক্তি শুভ। ভ্ৰমণৰ যোগ, শুভ ৰং ৰূপালী, শুভ সংখ্যা ২।

কর্কট: হতাশা দূৰ হ’ব, কর্মস্থানত সাবধান হওক, বন্ধু পৰা আঁতৰত থাকক, হাতলৈ ধন আগমন হ’ব, প্রেমত মধ্যম। শুভ ৰং বগা, শুভ সংখ্যা ১।

সিংহ: দৃঢ় মতপোষণ কৰি আনন্দিত হ’ব, কর্মত শুভ পাৰিবাৰিক কিছু * সমস্যা থাকিব। শিৱৰ মন্ত্ৰ স্মৰণ কৰক। শুভ ৰং হালধীয়া, শুভ সংখ্যা ৫।

কন্যা: নতুন কর্ম সংস্থানৰ বাট মুকলি হ’ব, প্রেমত জটিলতা হ’ব পাবে, ওচৰ-চুবুৰীয়াৰ লগত মিলিজুলি থাকিব। বিদ্যাত মধ্যম, শুভ ৰং ক’লা, শুভ সংখ্যা ৩।

তুলা: বন্ধুৰ দ্বাৰা উপকৃত হ’ব, কর্ম আৰু আৰ্থিকত শুভ। সন্মান বৃদ্ধি, আনক সহায় কৰিব আনন্দিত হ’ব, শুভ ৰং মুগা, শুভ সংখ্যা ৮।

বৃশ্চিক: কর্মস্থানত নীৰৱতা অৱলম্বন কৰক। পাৰিবাৰিক উৎকণ্ঠা বৃদ্ধি। সামাজিক স্থিতি উন্নত, ব্যয় বৃদ্ধি। শুভ ৰং মাখন, শুভ সংখ্যা ৪।

ধনু: বিদ্যাৰ প্ৰতি নজৰ দিব শাৰীৰিক মধ্যম, মনৰ অস্থিৰতা দূৰ কৰক, বন্ধুৰ পৰা লাভ হ’ব। আর্থিকত শুভ। ব্যয় কম, শুভ ৰং ৰঙা, শুভ  সংখ্যা ৯।

মকৰ: কোনো প্রভাবশালী ব্যক্তিৰ পৰা পদোন্নতি হ’ব, শৰীৰৰ প্ৰতি যত্ন ৰাখক আঁকোৰ-গোঁজ মনোভাব নাৰাখিব। শুভ ৰং সেউজীয়া, শুভ সংখ্যা ৭।

কুম্ভ: কর্মস্থানত ব্যস্ততা বাঢ়িব, সন্মান বৃদ্ধি। মাটি, গাড়ী ক্ৰয় কৰিব পাৰিব। দাম্পত্যত মধ্যম, মানসিক চিন্তাৰ পৰা আঁতৰত থাকক। শুভ ৰং গুলপীয়া, শুভ সংখ্যা ৬।

মীন: অর্থ লাভ, কর্মত মধ্যম, মনৰ দৃঢ়তা ৰাখক। ধর্মস্থান ভ্ৰমণ কৰিব পাৰিব। বিদ্যাত শুভ, পাৰিবাৰিক মধ্যম, শুভ ৰং বগা, শুভ সংখ্যা ৩।

Exit mobile version