Horoscope: দিনটোৰ ৰাশিফল

horoscope

Horoscope: দিনটোৰ ৰাশিফল

মেষ: কর্মস্থানত মধ্যম, সূর্যক পূজা কৰক। ঘৰুৱা সামগ্রীৰ ওপৰত নজৰ দিয়ক ব্যয় বৃদ্ধি, শুভ ৰং ৰঙা, শুভ সংখ্যা ২।

বৃষ: পৰিৱেশ অস্থিৰ হ’ব। শৰীৰৰ প্ৰতি যত্ন লওক, কর্মত শুভ, দুখীয়াক অন্ন দান কৰক। কমলা ৰং ব্যৱহাৰ কৰক, শুভ সংখ্যা ১।

মিথুন: কর্মদক্ষতাৰ ওপৰত সা-সন্মান বৃদ্ধি, ভ্রমণত মধ্যম, বিদ্যাত কিছু জটিলতা আছে। ব্যয় বৃদ্ধি, গোপন শত্রু বৃদ্ধি, গুলপীয়া ৰং শুভ, শুভ সংখ্যা ৫।

কর্কট: কর্ম ব্যস্ততা বৃদ্ধি, দুখীয়াক অন্ন বস্ত্ৰ দান কৰক, শত্রু নাশ, খৰচৰ মাত্রা বৃদ্ধি। শুভ ৰং সোণালী, শুভ সংখ্যা ৪।

সিংহ: তীর্থ ভ্রমণৰ যোগ। লেখক, ৰাজনীতিবিদ, সমাজকর্মী আদিৰ সন্মান বৃদ্ধি, আয় বৃদ্ধি, প্ৰেমত বাধা, শুভ ৰং ৰঙা, শুভ সংখ্যা ৭।

কন্যা: কোনো শুভ সংবাদ পাব পাৰে, প্ৰেমত কষ্ট, ভ্রমণত শুভ। শত্ৰুৰ পৰা সাৱধান। নীলা ৰং ব্যৱহাৰ কৰক, শুভ সংখ্যা ৩।

তুলা: কর্মত উন্নতিৰ যুগ। নতুন বিদ্যাত ফলৱৰ্তী হ’ব। হঠাৎ শৰীৰ কিছু অসুস্থ হ’ব পাৰে। প্ৰেমত মধ্যম, ভ্রমণ নকৰাই ভাল। শুভ ৰং মেরুণ, শুভ সংখ্যা ৮।

বৃশ্চিক: কৰ্মত উদাৰতা থাকিব। প্ৰেমত শুভ, মন্দিৰ দৰ্শনে আনন্দ দিব। মাটি সম্পত্তি ক্ৰয় কৰিব পাৰিব। শুভ ৰ’ হালধীয়া, শুভ সংখ্যা ৯।

ধনু: কর্মস্থানত ধৈৰ্যৰ প্ৰয়োজন। যান-বাহনৰ পৰা সাৱধান। পাৰিবাৰীক মনোমানিল্য ৷ শুভ ৰং বেঙুনীয়া, শুভ সংখ্যা ৬।

মকৰ : কৰ্মস্থানত উন্নতি যোগ। প্ৰদূষণৰ পৰা সাৱধান। কোনো প্রভাৱশালী ব্যক্তিৰ সান্নিধ্য লাভ কৰিব পাৰিব। ঘৰুৱা কামত ব্যস্ততা বৃদ্ধি। শুভ ৰং সোণালী, শুভ সংখ্যা ৩।

কুম্ভ: কিছু জটিল সমস্যাৰ সমাধান কৰিব লাগিব। ধর্মস্থান ভ্রমণত আনন্দিত হ’ব। চিন্তাশীল আৰু জনহিতকৰ কামত সুফল। শুভ ৰং পাতল নীলা, শুভ সংখ্যা ৮।

মীন: কার্য সিদ্ধি হ’ব। নীলম ৰত্ন ধাৰণ কৰিব। বন্ধুবৰ্গৰ পৰা সহায় পাব। শত্রু কমিব । খৰচ বৃদ্ধি। দাম্পত্য মধ্যম। ক্রীম শুভ ৰং, শুভ সংখ্যা ৫।

Exit mobile version