Horoscope: দিনটোৰ ৰাশিফল

horoscope

Horoscope: দিনটোৰ ৰাশিফল

মেষ: স্বাস্থ্যৰ অশান্তিৰ বাবে ব্যৱসায় অশান্তি হ’ব পাৰে। চাকৰিৰ স্থান সলনি হ’ব পাৰে। অর্থ জাতীয় ৰোগ লৈ চিন্তা হ’ব পাৰে পঢ়া-শুনাৰ বাবে সুনাম বৃদ্ধি। শুভ ৰং মটীয়া, শুভ সংখ্যা ৪।

বৃষ: ব্যবসায়িক দিশত লাভাম্বিত হ’ব পাৰে। প্ৰেমৰ দিশত অশান্তি হ’ব পাৰে। ঘৰত খৰচৰ বৃদ্ধিৰ বাবে স্ত্ৰীৰ লগত বিবাদ হ’ব পাৰে। অতিথি আহিব পাৰে। ভ্ৰমণৰ বাবে শুভ দিন। শুভ ৰং ক’লা, শুভ সংখ্যা ৯।

মিথুন: সন্তানৰ বাবে চিন্তা বৃদ্ধি। নতুন ব্যৱসায় আৰম্ভ কৰাৰ বাবে আজি শুভ দিন। প্ৰেমৰ বাবে ঘৰত অশান্তি হ’ব পাৰে। কর্মস্থানত কামৰ বৃদ্ধি হ’ব পাৰে। শুভ ৰং ৰঙা, শুভ সংখ্যা ৭।

কর্কট: আর্থিক দিশত শুভ ফল। সন্তানৰ ভুলৰ কাৰণে সমাজৰ আগত লজ্জিত হ’ব পাৰে। মানসিক ভারে যন্ত্রণা হ’ব পাৰে। স্বামী-স্ত্রীৰৰ মাজত বিবাদ হ’ব পাৰে। শুভ ৰং মটীয়া, শুভ সংখ্যা ৬ ৷

সিংহ: চাকৰিৰ স্থানত উন্নতিৰ সুযোগ দেখা যায়। প্রেমৰ দিশত শান্তি লাভ কৰিব। বন্ধুৰ বাবে কামৰ মনোযোগ বৃদ্ধি। অগ্নিৰ পৰা সাবধানে থাকক। শুভ ৰং বগা, শুভ সংখ্যা ২।

কন্যা: আপোনাৰ কৰ্ম ফলত ব্যৱসায় উন্নতিৰ যোগ। যান-বাহন চলোবা লোকসকলে আজি দিনটো সাবধানে থাকক। পৰাপক্ষত ঘৰৰ মানুহৰ লগত সময় কটাওক। শুভ ৰং ক’লা, শুভ সংখ্যা ৩৷

তুলা: সন্তানৰ বাবে খৰচ বৃদ্ধি হ’ব। প্রিয়জনৰ লগত বিবাদ হ’ব পাৰে। আর্থিক দিশত অশান্তি হোৱাৰ বাবে ঘৰত অশান্তি হ’ব পাৰে। শুভ বং সেউজীয়া, শুভ সংখ্যা ৮।

বৃশ্চিক: বন্ধুৰ বেয়া খবৰ ঘৰলৈ আহিব পাৰে। প্রিয়জনৰ ব্যৱহাৰে আজি আপোনাৰ মনত আঘাত দিব পাৰে। বৃথা ভ্রমণ হ’ব পাৰে। সমাজৰ কামৰা দায়িত্ব বাঢ়িব পাৰে। শুভ ৰং হালধীয়া, শুভ সংখ্যা ৫।

ধনু: গোটেই দিনটো কামৰ মাজেৰে পাৰ হৈ যাব। ব্যবসায় দিশত উন্নতি হ’ব পাৰে। দাম্পত্য সুখত পাৰ হ’ব। উচ্চ শিক্ষাৰ শুভ ফল। ভ্ৰমণৰ দিশত বাধা দেখা যায়। শুভ ৰং ছাই। শুভ সংখ্যা ৫।

মকৰ : আর্থিক দিশত অশান্তি হ’ব পাৰে। পৰাপক্ষত স্বাস্থ্যৰ প্ৰতি গুরুত্ব দিয়ক। অতিথি খণ্ডৰ বাবে ব্যৱসায় দিশত সমস্যা হ’ব পাৰে। পিঠিৰ বিষৰ সমস্যা হ’ব পাৰে। শুভ ৰং নীলা, শুভ সংখ্যা ২।

কুম্ভ: ব্যৱসায় ক্ষেত্ৰত নতুন আৰম্ভ হ’ব পাৰে। যুক্তি পূর্ণ কথা সুনাম বাড়ির পাৰে। সংগীতৰ লগত জড়িত লোকসকলৰ বাবে আজি দিনটো শুভ। শিক্ষাত শুভ ফল। শুভ ৰং মাখন, শুভ সংখ্যা ৪।

মীন: ব্যৱসায়িক দিশত অশান্তি হ’ব পাৰে। ঘৰুৱা দিশত শান্তি বজায় থাকিব। শিক্ষাৰ্থীসকলৰ বাবে আজি দিনটো বহু বেছি ভাল নহয়। প্রেমত বাধা দেখা যায়। শুভ ৰং বেঙুনীয়া, শুভ সংখ্যা ৭।

Exit mobile version