Home India Mizoram Plane Crash: মিজোৰামত লেংপুই বিমান বন্দৰত ভয়ংকৰ বিমান দুৰ্ঘটনা আহত ৮ By publisher 2 years Ago ShareShareShareShare Mizoram Plane Crash: চুবুৰীয়া ৰাজ্য মিজোৰামত ভয়ংকৰ বিমান দুৰ্ঘটনা। ৰাজ্যখনৰ লেংপুই বিমান বন্দৰত বাৰ্মিজ সেনাৰ বিমান দুৰ্ঘটনাগ্ৰস্ত। বিমানখনত পাইলটসহ যাত্ৰী আছিল ১৪জন ৷ ইয়াৰে ৮ জন যাত্ৰী গুৰুত্বৰভাৱে আহত হয় । আহতসকলক ততাতৈয়াকৈ চিকিৎসাৰ বাবে ভৰ্তি কৰা হয় লেংপুই হাস্পতালত । উল্লেখ্য যে, অশান্ত জৰ্জড়িত ম্যানমাৰৰ পৰা পলায়ন কৰি ইতিমধ্যে মিজোৰামত বাহৰ পাতি থকা বাৰ্মিজ সেনাক নিবলৈ আহিছিল দেশখনৰ সেনাৰ এই বিমানখনে ৷ কিন্ত বিমানখন বিমানকোঠত অৱতৰণৰ সময়তে দুৰ্ঘটনাত পতিত হয় ৷ Share this: Share on X (Opens in new window) X Share on Facebook (Opens in new window) Facebook Share on LinkedIn (Opens in new window) LinkedIn Share on WhatsApp (Opens in new window) WhatsApp More Share on Pinterest (Opens in new window) Pinterest Share on Telegram (Opens in new window) Telegram Categories: India, News Tags: 8 Passenger InjuredMizuram Lengpui AirportMyanmar Plane Crashes Related Content এল নিনোৰ প্ৰভাৱ: ভাৰতত বৃদ্ধি পাব গৰম, হ্ৰাস পাব পাৰে বৰষুণ By publisher March 11, 2026 হৰমুজ প্ৰণালীত উত্তেজনা তীব্ৰ: ইৰানৰ ১৬খন নৌকা ধ্বংস কৰাৰ দাবী আমেৰিকাৰ By publisher March 11, 2026 Raijor Dal Pressmert:মিত্ৰতা সন্দৰ্ভত গৌৰৱ গগৈৰ সাময়িকভাৱে বিৰতি বিচাৰি কৰা ফেচবুক পোষ্ট সম্পৰ্কত ৰাইজৰ দলৰ সংবাদমেল By publisher March 11, 2026 Guwahati:ৰাজ্যত অষ্টম দৰমহা আয়োগ গঠন সন্দৰ্ভত সদৌ অসম কৰ্মচাৰী পৰিষদৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা By publisher March 11, 2026 ছত্তীশগড়ত বৃহৎ আত্মসমৰ্পণ: অস্ত্ৰ-শস্ত্ৰসহ ১০৮ মাওবাদীৰ আত্মসমৰ্পণ By publisher March 11, 2026 আক্ৰমনত আহত ইৰানৰ নতুন নেতা? দাবীক লৈ জল্পনা তীব্ৰ By publisher March 11, 2026