Horoscope: দিনটোৰ ৰাশিফল

horoscope

Horoscope: দিনটোৰ ৰাশিফল

মেষ: কৰ্মত উন্নতি। ব্যৱসায়ত মধ্যম, ব্যয় বৃদ্ধি। পূব দিশত ভ্ৰমণ নকৰিব। শুভ ৰ’ বেঙনীয়া। শুভ সংখ্যা ২।

বৃষ: কর্ম সংস্থাপনৰ যুগ, পাৰিলে শনি মন্দিৰ দৰ্শন কৰিব ৷শুভ হ’ব। আঁকোৰগোঁজ মনোভাৱৰ পৰা ক্ষতি, বিদ্যাত উন্নতি। শুভ ৰং ৰঙা মেৰুণ, শুভ সংখ্যা ৫।

মিথুন: জ্ঞানী বা সৎ লোকৰ সান্নিধ্য লাভ কৰিব। বিদ্যাত মধ্যম, ভ্রমণত সাৱধান। শুভ ৰং মুগা। শুভ সংখ্যা ২।

কর্কট: কার্যসিদ্ধিত আনৰ প্ৰভাৱ পৰিব। মূল্যৱান সম্পাদ লাভ, ব্যয় বৃদ্ধি, পূব দিশত ভ্রমণ কৰিব, শুভ ৰং মেৰুণ। শুভ সংখ্যা ৮।

সিংহ: সন্মান বৃদ্ধি, বন্ধু বৰ্গৰ পৰা উৎসাহিত হ’ব। শুভ কাম সম্পন্ন কৰিব পাৰিব। প্রেমত শুভ। শুভ ৰং ৰঙা, শুভ সংখ্যা ৬।

কন্যা: ব্যৱসায়ত উন্নতি, জমা ধন খৰচ হ’ব পাৰে। ভ্ৰমণত শুভ, শৰীৰৰ যত্ন। লওঁক, শুভ ৰং হালধীয়া। শুভ সংখ্যা ১।

তুলা: মূল্যৱান সম্পাদ লাভ, ব্যয় বৃদ্ধি। আনৰ প্ৰতি উদাৰতা নহ’ব। কার্যক্ষেত্রত মধ্যম, শুভ ৰং নীলা। শুভ সংখ্যা ৪।

বৃশ্চিক: মানসিক শান্তি, সন্মান বৃদ্ধি, গোপন শত্রু বৃদ্ধি। কর্মক্ষেত্রত উন্নতি, । খৰচ বৃদ্ধি, শুভ ৰং গোলপীয়া। শুভ সংখ্যা ৮।

ধনু: ভ্রমণত কষ্ট, কর্মসংস্থাপনৰ যুগ, অর্থ নাশ, প্ৰেমত কষ্ট, শাৰীৰিক সংঘাটৰ সন্মুখীন হ’ব পাৰে। শুভ ৰং চকলেট। শুভ সংখ্যা ২।

মকৰ : সামাজিক নিষ্ঠা আৰু দৃঢ়তা বৃদ্ধি। ধৈৰ্যৰ প্ৰয়োজন, কর্মস্থানত উন্নতি সন্তানক লৈ চিন্তা বৃদ্ধি। শুভ ৰং নীলা। শুভ সংখ্যা ৫।

কুম্ভ: কর্মযোগ্যতা বৃদ্ধি, ভ্ৰমণৰ যোগ, আয়তকৈ ব্যয় বৃদ্ধি। অর্থ নাশী ৷শুভ ৰং মাখন, শুভ সংখ্যা ৩।

মীন: পৰিশ্ৰমৰ মৰ্যাদা পাব, ভ্ৰমণত চিন্তা বৃদ্ধি। দুষ্টলোকৰ পৰা সাৱধান হওক। শুভ ৰং মাখন, শুভ সংখ্যা ৬।

Exit mobile version