Horoscope: দিনটোৰ ৰাশিফল

horoscope

Horoscope: দিনটোৰ ৰাশিফল

মেষ: দাম্পত্যত সুখ। সৰু-সুৰা দুৰ্ঘটনাৰ পৰা ৰক্ষা পাবৰ কাৰণে সাৱধানতা অৱলম্বন কৰিব। প্রেমত অশান্তি।

বৃষ: সেউজীয়া ৰঙৰ কাপোৰ পৰিধান কৰিব। কৰ্মত শুভ। বিদেশ ভ্রমণ হ’ব পাৰে।

মিথুন: শৰীৰত আঘাত পাব। খৰচৰ মাত্রা বৃদ্ধি। বিদ্যাৰ্থীৰ শুভ।

কর্কট: ব্যৱসায়ৰ ক্ষেত্ৰত কিছু জটিলতা থাকিব। সামাজিক কর্মত উৎসাহ। প্রেম প্রণয়নত শুভ।,

সিংহ: বিদ্যার্থীসকলে যত্ন কৰিলে ভাল ফল পাব। প্ৰেমত শান্তি। মনৰ আশাপূৰণ হ’ব।

কন্যা: আইন সমস্যাত জড়িত হ’ব পাৰে। আর্থিক সমস্যা দেখা দিব। প্রেমত শুভ।

তুলা: চিকিৎসকসকলৰ শুভ। ব্যৱসায়ীসকলৰ আয় বৃদ্ধি পাব। বিদ্যাৰ্থীৰ শুভ।

বৃশ্চিক: চাকৰিৰ ক্ষেত্ৰত শুভ ফল আশা কৰিব পাৰি। অর্থ ব্যয়ৰ যোগ। প্রেমত শুভ।.

ধনু: বিভিন্ন ক্ষেত্রত সুযোগ আহিব। বন্ধুৰ পৰা সহায় লাভ কৰিব। পুৰণা হেৰুওৱা বস্তু ঘূৰাই পাব।

মকৰ : খৰচৰ মাত্রা বৃদ্ধি। মাতৃৰ কাৰণে চিন্তা। দূৰ ভ্ৰমণ নকৰিব। প্ৰেমত মধ্যম।

কুন্ত: শৰীৰ ভাল দেখা নাযায়। সন্তানৰ কাৰণে চিন্তা। আজি ঘৰলৈ আলহী আগমন হ’ব পাৰে। প্ৰেমত শুভ।

মীন: বিদ্যার্থী সকলৰ শুভ। প্ৰেমত সুখ। চুটি ভ্রমণ হ’ব পাৰে। শত্ৰুৰ পৰা সাবধান।

Exit mobile version