Horoscope: দিনটোৰ ৰাশিফল

horoscope

Horoscope: দিনটোৰ ৰাশিফল

মেষ: সম্পত্তি লেন-দেন কৰাৰ পৰা দূৰত থাকক। কর্মত উন্নতি হ’ব। শুভ সংবাদ পাব পাৰে। ৰঙা ৰং ব্যৱহাৰ কৰিব। শুভ সংখ্যা ৩।

বৃষ: ব্যৱসায়-বাণিজ্যত ভবা মতে উন্নতি লাভ কৰিব পাৰিব। পৰিয়ালৰ পৰা আনন্দিত হ’ব। স্বাস্থ্যৰ প্ৰতি যত্ন লোৱা উচিত। শুভ বং নীলা, শুভ সংখ্যা ৫।

মিথুন: শত্ৰুৰ পৰা সাৱধান হওক। নিজ কর্মৰ ওপৰত সমাজৰ লগতে পৰিয়ালৰ পৰা প্ৰশংসা পাব। ভ্রমণত শুভ, শুভ বং কমলা, শুভ সংখ্যা

কর্কট: মন্দিৰ দৰ্শন কৰিলে অধিক লাভবান হ’ব। পাৰিবাৰিক অশান্তি • হ’ব পাৰে। কর্মক্ষেত্র শুভ। শুভ বং বগা। শুভ সংখ্যা-৫।

সিংহ: বন্ধুবৰ্গৰ পৰা দূৰত থাকক। নতুন বস্তু বা বাহন ক্ৰয় কৰা যোগ আছে। মনৰ স্থিৰতা ৰাখক। হতাশা নহ’ব। শুভ বং হালধীয়া। শুভ সংখ্যা ২।

কন্যা: ব্যৱসায়-বাণিজ্যত লাভবান হ’ব। মনৰ দুৰ্বলতা বাঢ়িব যদিও কিছু বার্তাই আনন্দিত দিব। চাকৰি প্ৰাৰ্থীৰ চাকৰি যোগ আছে। সেউজীয়া কাপোৰ ব্যৱহাৰ কৰক। শুভ সংখ্যা ১।

তুলা: নতুন চিন্তা মনলৈ আহিব। কঠিন পৰিস্থিতিৰ সন্মুখীন হ’ব। পাৰিবাৰিক অশান্তি হ’ব পাৰে। শুভ ৰং গেৰুৱা। শুভ সংখ্যা ৩।

বৃশ্চিক: নতুন ব্যক্তিব সংগই আনন্দ দিব। কর্মক্ষেত্ৰত নিজৰ দক্ষতাৰ ওপৰত স্থিতি গঢ় দিব পাৰিব। আর্থিক দিশত লাভবান হ’ব। শুভ ৰং বেঙুনীয়া। শুভ সংখ্যা ৯।

ধনু: ব্যৱসায়ীসকলৰ ক্ষেত্ৰত পুৰণি সমস্যা সমাধান হ’ব। অধিক ধন খৰচ নকৰিব বিদ্যাত শুভ। প্ৰেমত মধ্যম, শুভ ৰং বগা, শুভ সংখ্যা ৮।

মকৰ: অধিক বিশ্বাসে বিপদত পেলাব পাৰে। সময় আৰু ধৈর্যৰ ফলত লাভাম্বিত হ’ব। বিবাহ প্ৰাৰ্থীৰ বিবাহৰ যোগ আছে। কর্মত শুভ, লয় শুভ ৰং বেঙুনীয়া। শুভ সংখ্যা ৪।

কুম্ভ: কৰ্মক্ষেত্ৰত নিজৰ কৰ্মৰ ওপৰত প্ৰশংসা পাব। শত্রু বাঢ়িব যদিও একো ক্ষতি কৰিব নোৱাৰিব। শুভ ৰং গেৰুবা, শুভ সংখ্যা ৫।

মীন: কর্মক্ষেত্রত কঠিন সমস্যাৰ সন্মুখীন হ’ব পাৰে। খৰচ বৃদ্ধি, বিদ্যাত ‘শুভ। ভ্ৰমণৰ যোগ। শুভ বং চকলেট, শুভ সংখ্যা ৯।

Exit mobile version