Horoscope: দিনটোৰ ৰাশিফল

horoscope

Horoscope: দিনটোৰ ৰাশিফল

মেষ: কর্ম বৃদ্ধি পাব। চাকৰিৰ ক্ষেত্ৰত কৰ্তৃপক্ষৰ লগত মত বিৰোধ হ’ব পাৰে। বিদ্যার্থীৰ বাবে শুভ। প্ৰেমত অশুভ।

বৃষ: সাৱধানে চলা-ফিৰা কৰিব। দেহত আঘাত পোৱাৰ সম্ভৱনা আছে। প্রেমত মধ্যম।

মিথুন: পুৰণি কোনো ৰোগে আমনি কৰিব। বিদ্যার্থীৰ বাবে নতুন সুযোগ আহিব পাৰে। বিবাহ প্রার্থীৰ বাবে শুভ।

কর্কট: দিনটো শান্তিপূর্ণ থাকিব। চাকৰিয়াল সকলৰ বিভিন্ন কাৰণত বিভিন্ন সমস্যা দেখা দিব। বিদ্যার্থীৰ শুভ।

সিংহ: ব্যৱসায়ীসকলৰ বাবে দিনটো ভাল। বিদ্যার্থীসকলে শিল্প কৰিলে ভাল ফল পাব। প্রেমত কষ্ট দায়ক।

কন্যা: ভ্রমণ শুভ। বন্ধুৰ লগত মত বিৰোধ হ’ব পাৰে। মাতৃৰ শুভ। প্ৰেমত শুভ।

তুলা: ব্যৱসায়ীসকলৰ সাৱধান হোৱাটো ভাল। চাকৰিয়ালৰ শুভ। উত্তৰ দিশে ভ্রমণ নকৰিব।

বৃশ্চিক: পৰিশ্ৰম কৰিলে বহুত সমস্যা সমাধান হ’ব। নিজৰ ব্যক্তিগত কথা আনৰ আগত প্ৰকাশ কৰিলে ক্ষতি হ’ব। প্ৰেমৰ ক্ষেত্ৰত শুভ নহয়।

ধনু: বিদ্যার্থীৰ বাধা। যান-বাহন চলাওতে সাৱধান হ’ব। ভ্রমণত কষ্টদায়ক হ’ব। প্রেমত শুভ।

মকৰঃ শাৰীৰিক বেয়া নহয়। চাকৰিৰ নতুন সুযোগ। খৰচৰ মাত্রা বৃদ্ধি পাব। প্রেম প্রণয়নত শুভ।

কুম্ভ: মাহটোত উন্নতিৰ সুযোগ আহিব পাৰে। শাৰীৰিক ক্ষেত্ৰত বেয়া নহয়। দূৰ ভ্ৰমণৰ সুযোগ। বিদ্যার্থীৰ ভ্ৰমণৰ যোগ আছে।

মীন: ডাঙৰ বিবাদ হোৱা সম্ভবনা আছে। আনৰ কথা শুনি অশান্তি সৃষ্টি নকৰিব। প্ৰেমত চিন্তিত। ভ্রমণ নকৰাই ভাল।

Exit mobile version