Horoscope: দিনটোৰ ৰাশিফল

horoscope

Horoscope: দিনটোৰ ৰাশিফল

মেষ: যিকোনো শুভ কৰ্মৰ পৰা বিৰত থাকক। হাতলৈ ধন আগমনৰ সম্ভাৱনা আছে। শুভ ৰং হালধীয়া। শুভ সংখ্যা ১।

বৃষ: কৰ্মক্ষেত্ৰৰ সূত্রে বিদেশ যাত্ৰাৰ যোগ আছে। পুৱা গধূলি শিৱৰ জপ কৰক। ৰঙা বস্তু পৰিধান কৰিব। শুভ ৰং ৰঙা। শুভ সংখ্যা ৮।

মিথুন: দিনটো শুভ ৷ নতুন সংবাদ পাব পাৰে। যাত্রা কৰিলে দুপৰীয়া ১২ টা পাছত কৰক। শুভ ৰং হালধীয়া। শুভ সংখ্যা ২।

কর্কট: অর্থ প্রাপ্তিৰ ক্ষেত্ৰত সৰু-সুৰা বাধাৰ সন্মুখীন হ’ব পাৰে। শিক্ষার্থীৰ ক্ষেত্রত অলপ সতর্ক থাকক। শুভ ৰং গুলপীয়া। শুভ সংখ্যা ৫।

সিংহ: কর্মস্থানত অত্যাধিক কামৰ প্ৰভাৱ পৰিব পাৰে। আৰ্থিক উন্নতি নিশ্চিত। শুভ ৰং বগা। শুভ সংখ্যা ৭।

কন্যা: আর্থিক দিশত মধ্যমীয়া। দূৰ সংবাদে আনন্দিত কৰিব পাৰে। ভ্ৰমণত শুভ। শুভ ৰং বগা। শুভ সংখ্যা ৩।

তুলা: দিনটো মধ্যমীয়া। প্রেমত শুভ। সন্ধিয়া তুলসীৰ তলত চাকি দিয়ক ৷ শুভ ৰং বেঙুনীয়া। শুভ সংখ্যা ২।

বৃশ্চিক: অর্থ আগমনত বাধাৰ সৃষ্টি হ’ব পাৰে। আকস্মিক হোৱা ঘটনাই ‘আনন্দিত কৰিবপাৰে ৷ শুভ ৰং নীলা। শুভ সংখ্যা ৬।

ধনু: শৰীৰটোৰ প্ৰতি যত্ন লোৱাৰ প্ৰয়োজন। মানসিক অশান্তিত ভুগিব পাৰে। যাত্রা কৰিলে পূব দিশৰ পৰা কৰিব। কৰ্মত উন্নতিৰ যোগ। শুভ ৰং নীলা। শুভ সংখ্যা ৫।

মকৰ: আজি চলা-ফুৰা কৰোতে সাবধান হ’ব। বিদ্যার্থীসকলে মনোযোগ দিব লাগিব। স্বাস্থ্যৰ প্ৰতি যত্ন ল’ব লাগিব। কর্মক্ষেত্রত ব্যস্ততা বৃদ্ধি পাব। শুভ ৰং সেউজীয়া। শুভ সংখ্যা ২।

কুম্ভ: কৰ্মত উন্নতিৰ যোগ আছে। শিক্ষার্থীৰ বাবে সময়টো ভাল নহয়। ৰাতি নিৰামিষ আহাৰ গ্ৰহণ কৰক। শুভ ৰং কমলা। শুভ সংখ্যা ৮।

মীন: কর্মত বাধা আছে। যিকোনো কাম কৰাৰ আগতে ভাবি-চিত্তি আগবাঢ়ক। পুৱা-গধূলি শিৱৰ মন্ত্র জপ কৰক। শুভ ৰং বগা। শুভ সংখ্যা ৪।

Exit mobile version