Horoscope: দিনটোৰ ৰাশিফল

horoscope

Horoscope: দিনটোৰ ৰাশিফল

মেষ : বিদ্যার্থীসকলে প্রতিযোগিতা মূলক পৰীক্ষাত উত্তীর্ণ হ’ব পাৰিব। চাকৰিয়াল ব্যক্তিৰ বদলিৰ সম্ভাৱনা। প্রেমত প্রণয়নত আবেগ বৃদ্ধি। শুভ ৰং গুলপীয়া। শুভ সংখ্যা ৬।

বৃষ: স্বাস্থ্যৰ ক্ষেত্ৰত সিমান বেয়া দেখা নাযায়। উচ্চ বিদ্যাত সাফল্য পাব। দাম্পত্য বিবাদ থাকিব। দূৰ ভ্ৰমণৰ ইচ্ছা মনত জাগিব। শুভ ৰং নীলা। শুভ সংখ্যা ৭।

মিথুন: দিনটোত অনাৱশ্যক খৰচৰ মাত্রা বৃদ্ধি পাব। প্ৰেম প্রণয়নত আবেগ বৃদ্ধি। সন্তানৰ প্ৰতিভাৰ বিকাশ। উচ্চ বিদ্যাত সাফল্য পাব। শুভ ৰং গুলপীয়া। শুভ সংখ্যা ৭৮

কর্কট : চাকৰিয়ালৰ উৎসাহ- উদ্দীপনা বৃদ্ধি পাব। আর্থিকত বেয়া দেখা নাযায়। প্রেমত শুভ ফল আশা কৰিব পাৰে। বিদ্যাত মজলীয়া। শুভ ৰং নীলা। শুভ সংখ্যা ৫

সিংহ: শাৰীৰিক মধ্যম বুলি ক’ব পৰা যায়। চাকৰিয়ালৰ কাৰণে ভাল। ব্যৱসায়ত নতুন কামত হাত দিব পাৰে। প্রেমত শুভ৷ শুভ ৰং বগা। শুভ সংখ্যা ২।

কন্যা: সন্তানৰ প্ৰতি নজৰ ৰাখক। দূৰ ভ্ৰমণৰ যোগ। বিদ্যার্থীসকলৰ দিনটো ভালেই। ঘৰুৱা মতামত। নিৱনুৱাৰ ভাল-বেয়াৰ মাজেৰে দিনটো পাৰ হ’ব। শুভ ৰং হালধীয়া। শুভ সংখ্যা ৬।

তুলা: আপুনি আজি ঘৰৰ পৰা ওলোৱা আগত মন্দিৰত চাকি জ্বলাই ওলাব। সন্তানৰ পৰা ভাল খবৰ পাব। শুভ ৰং বেঙুনীয়া। শুভ সংখ্যা ২।

বৃশ্চিক: পতি-পত্নীৰ প্ৰতি মনোমালিন্য দেখা যায়। খৰচৰ মাত্রা কিছু পৰিমাণে বাঢ়িব। শুভ ৰং বগা। শুভ সংখ্যা ২৮

ধনু: সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত আৱেগ বৰ্জন কৰক। বৃদ্ধ ব্যক্তিসকলে নিজৰ শৰীৰৰ প্ৰতি যত্ন লওক। প্রেমত অশুভ। শুভ ৰং ক’লা। শুভ সংখ্যা ৬।

মকৰ : বিয়া -বাৰুৰ যোগযোগত বাধা আহিব। দূৰ ভ্ৰমণ আছে। প্ৰেমত মধ্যম। শুভ ৰং সোণালী। শুভ সংখ্যা ৭

কুম্ভ: সামাজিক ব্যস্ততাত বৃদ্ধি হ’ব। বিদ্যাত সিমান ভাল দেখা নাযায়। স্বাস্থ্য ঠিকেই থাকিব। গৱেষণা কর্মত অগ্রগতি। শুভ ৰং ৰঙা। শুভ সংখ্যা ৬।

মীন: দিনটো বিদ্যাত সিমান বাধা নাই। শৰীৰৰ ভালেই দেখা যায়। বন্ধুৰ পৰা সহায় পাব। প্রেমত শুভ, শুভ ৰং গুলপীয়া। শুভ সংখ্যা ২।

Exit mobile version