Horoscope: দিনটোৰ ৰাশিফল

horoscope

Horoscope: দিনটোৰ ৰাশিফল

মেষ: কর্মত পদোন্নতি। ব্যৱসায়ত ভাল চলিব। প্রেমত শুভ। বিবাহৰ • যোগ। শুভ ৰং ৰঙা।

বৃষ: দিনটোত কোন সংবাদে মন প্রফুল্ল কৰিব। নিবনুৱাৰ কৰ্ম সংস্থাপনৰ যোগ। প্রেমত সাৱধান। শুভ বং মেৰুণ।

মিথুন: নিজৰ ভুলৰ কাৰণে অশান্তিৰ সৃষ্টি হ’ব। সমাজ কল্যাণমূলক সামাজিক কর্মত সুনাম বৃদ্ধি। শুভ ৰং বগা।

কর্কট: বিদ্যাত ভাল বুলি ক’ব পৰা যায়। চাকৰিয়ালৰ মধ্যম। প্ৰেম আৰু দাম্পত্য গভীৰ দায়িত্ব। শুভ ৰং হালধীয়া।

সিংহ: আর্থিকত ভাল বুলি ক’ব পৰা যায়। কৰ্মপ্ৰাৰ্থীৰ মাধ্যম। ঘৰত অশান্তি। শুভ ৰং ক’লা।

কন্যা: ধর্মীয় বিশ্বাস অটুট থাকিব। দুর্ঘটনা হোৱাৰ সম্ভাৱনা আছে। পিতৃৰ স্বাস্থ্যৰ বাবে চিন্তিত। শুভ ৰং নীলা।

তুলা: : বিদেশ ভ্রমণ শুভ দেখা যায়। আইনী সমস্যা সমাধান হ’ব। বিদ্যাত ভাল দেখা নাযায়। শুভ ৰং হালধীয়া।

বৃশ্চিক: বিদ্যাত বাধাৰ মাজেৰে অগ্রগতি লাভ। দাম্পত্যত ভালেই দেখা যায়। প্রেমত শুভ। শুভ ৰং ৰঙা।

ধনু: পাৰিবাৰিক চিন্তা। সন্তানৰ ওপৰত দায়িত্ব অর্পণ কৰক। ঘৰুৱা অশান্তি। প্রেমত চিন্তা। শুভ ৰং সেউজীয়া।

মকৰ: শৰীৰ ঠিকেই থাকিব। বিদ্যাত ভাল। ৰাজনীতিবিদসকলৰ শুভ। প্রেমত অশান্তি। শুভ ৰং গেৰুৱা।

কুম্ভ: কর্মক্ষেত্রত সকলো কথা সহজভাৱে গ্ৰহণ কৰাটো কঠিন হ’ব। প্রেম বা দাম্পত্যত খুব বেয়া। শুভ ৰং মেৰুণ।

মীন: সহযোগৰ সহায় লাভ। প্রেম-প্রীতিত অনুকূল। বিদ্যাত মনোযোগ দিয়া দৰকাৰ। খৰচ বৃদ্ধি। শুভ ৰং মাখন।

Exit mobile version