Horoscope: দিনটোৰ ৰাশিফল

horoscope

Horoscope: দিনটোৰ ৰাশিফল

মেষ: এই ৰাশিৰ জাতক-জাতিকাৰ আজিৰ দিনটো বৰ ভাল বুলি ক’ব নোৱাৰি। পৰিয়ালৰ কোনোবা অসুস্থতাৰ কাৰণে অর্থ ব্যয় হ’ব। শুভ ৰং বগা। শুভ সংখ্যা ২।

বৃষ: আর্থিক ক্ষেত্রত উন্নতি ঘটিলেও ৰাহুৱে ধৰি ৰাখিব। চাকৰিয়ালৰ কাৰণে দিনটো শুভ। প্রেমত শুভ, শুভ ৰং গুলপীয়া, শুভ সংখ্যা ৮।

মিথুন:কৰ্মক্ষেত্ৰত অমনোযোগ দেখা দিব ৷মানসিক চিন্তা থাকিব ৷ ব্যৱসায়ত মধ্যম। প্রেমত অশুভ ফলদায়ক। শুভ ৰং নীলা, শুভ সংখ্যা ২৷

কর্কট: আজি দিনটোত পৰিশ্ৰম অনুযায়ী ফল নাপাব। মূৰৰ যন্ত্রণাত ভুগিব পাৰে। বিদ্যার্থীসকলে পঢ়া-শুনাৰ বিষয়ে গুৰুত্ব দিব লাগিব। শুভ ৰং ৰঙা। শুভ সংখ্যা ৮।

সিংহ: আর্থিক ক্ষেত্রত উন্নতি ঘটিলেও ক্ষতিও হোৱাৰ সম্ভাৱনা। ভ্রমণৰ যোগ দেখা যায়। বিদ্যাত শুভ। শুভ ৰং সেউজীয়া। শুভ সংখ্যা ৭।

কন্যা: ঘৰুৱা কাজিয়া-পেচালৰ কাৰণে মন বিক্ষিপ্ত থাকিব। যান-বাহনৰ ক্ষেত্ৰত সাৱধান থাকিব। আর্থিক ক্ষেত্রত ভালেই দেখা যায়। শুভ ৰং ৰঙা ৷ শুভ সংখ্যা ৬।

তুলা: পুৰণি প্রাপ্যধন প্ৰাপ্তিৰ যোগ দেখা যায়। বিদ্যার্থীসকলে ভবা মতে, ফল নাপাব। শুভ ৰং বেঙুনীয়া। শুভ সংখ্যা ৯।

বৃশ্চিক: কর্মক্ষেত্রত শত্ৰুৰ পৰা সাৱধান থাকিব। ভ্ৰমণৰ যোগ দেখা যায়। অসুস্থতাৰ কাৰণে কিছু সাৱধান হ’ব পাৰে। শুভ ৰং হালধীয়া, শুভ সংখ্যা ৮।

ধনু: ব্যৱসায়ৰ ক্ষেত্রতো ভাল দেখা নাযায়। বন্ধুৰ পৰা সাৱধানে থাকিব। দিনটোত খৰচৰ মাত্রা বৃদ্ধিৰ ফলত মানসিক চিন্তা থাকিব। শুভ ৰং নীলা শুভ সংখ্যা ১।

মকৰ: কৰ্মক্ষেত্ৰত নানা ভুল প্রাপ্তি হ’ব পাৰে। গতিকে সতর্ক থাকিব। দাম্পত্য আৰু প্ৰেমত বিবাহ বিতর্ক৷ ব্যৱসায়ৰ ক্ষেত্ৰতো ভাল দেখা নাযায়। শুভ ৰং বগা, শুভ সংখ্যা ২৮ ৷

কুম্ভ: অনাৱশ্যক খৰচ আৰু খং বৃদ্ধি। হ’বলগীয়া পৰি থকা কাম আজি নতুনকৈ আৰম্ভ কৰিব পাৰিব। প্ৰেমত শুভ। শুভ ৰং ক’লা। শুভ সংখ্যা ১ ৷

মীন: ব্যৱসায়ত মধ্যম। ভ্ৰমণৰ যোগাযোগ। ঘৰৰ কৰ্মত ব্যস্ততা বাঢ়িব। বন্ধুৰ লগত মনোমালিন্য দেখা যায়। শুভ ৰং আকাশী নীলা। শুভ সংখ্যা ৮।

Exit mobile version