Horoscope: দিনটোৰ ৰাশিফল

horoscope

Horoscope: দিনটোৰ ৰাশিফল

মেষ: কর্ম আৰু ইচ্ছা শক্তিৰ গতি বৃদ্ধি পাব। কর্মক্ষেত্রত কর্মযুর্গ দেখা যায়। বিদ্যাত শুভ। শত্ৰুৰ বৃদ্ধি পাব। নীলা ৰ’ ব্যৱহাৰ কৰিব। শুভ সংখ্যা ৪।

বৃষ: বিদ্যাত সুফল পাব। ব্যৱসায়ীসকলে নতুন নতুন সুযোগ পাব পাৰে। কর্মক্ষেত্রত কোনো প্রসংগত অসুবিধাৰ সন্মুখীন হ’ব। বগা ৰং শুভ। শুভ সংখ্যা ৪।

মিথুন: দুই এটা সম্ভাব্য যোগাযোগৰ দ্বাৰা আনন্দিত হ’ব। পাৰিবাৰিক সমস্যা। থাকিব। শৰীৰ প্ৰতি যত্ন লওক। শুভ ৰং মেৰুণ। শুভ সংখ্যা ৮।

কর্কট: আত্মীয়ৰ পৰা শুভ সংবাদ পাব। কর্মস্থানত কোনো প্রভাবশালী ব্যক্তি সান্নিধ্য উপকৃত হ’ব পাৰিব। আর্থিকত শুভ। শুভ বং কমলা। শুভ সংখ্যা ৭৷

সিংহ: কোনো শুভ সংবাদ পাব পাৰে। পাৰিবাৰিক শুভ। কিন্তু পৰিৱেশ অনুকূল থাকিব। আর্থিক দিশত শুভ। শুভ ৰং ৰঙা, শুভ সংখ্যা ৯।

কন্যা: কর্মসূত্রে দূৰ ভ্ৰমণ কৰিব পাৰিব। বঞ্চিত কৰ্মৰ উন্নতিৰ যোগ আছে। প্রেম শুভ। হালধীয়া ৰং ব্যৱহাৰ কৰিব। শুভ সংখ্যা ২।

তুলা: শৰীৰ কিছু উন্নত হ’ব। যোগ্য ব্যক্তিৰ মান-সম্মান বাঢ়িব। ৰাজনৈতিক লগত জড়িত ব্যক্তিৰ ব্যস্ততা বাঢ়িব। কর্মক্ষেত্রত উন্নতি হ’ব। শুভ ৰংগেৰুৱা। শুভ সংখ্যা ৫।

বৃশ্চিক: ব্যৱসায়ত মধ্যম। বিদ্যার্থীসকল সতর্ক থাকক। পাৰিবাৰিক অশান্তি হ’ব পাৰে। প্ৰেম আৰু দাম্পত্য শুভ। শুভ ৰ’ গুলপীয়া, শুভ সংখ্যা ৪।

ধনু: ব্যৱসায়িক ক্ষেত্ৰত নিজৰ দক্ষতা বজাই ৰাখকক। দূৰ সম্পৰ্কীয় আত্মীয়ব পৰা কষ্ট পাব পাৰে। শত্রুক প্রশ্রয় নিদিব। শুভ ৰং সেউজীয়া। শুভ সংখ্যা ৩।

মকৰ : কৰ্মক্ষেত্ৰত মধ্যম যদিও দুই বজাৰ পাছ ভাল দেখা যায়। মনৰ শান্তি অটুট ৰাখক। বন্ধু-বৰ্গৰ পৰা দূৰত থাকক। শুভ ৰং নীলা। শুভ সংখ্যা ২।

কুম্ভ: বুদ্ধিজীৱী আৰু পৰিৱেশ প্ৰেমীৰ বাবে অনুকূল সময়। বন্ধু উপদেশত উন্নতিৰ কৰিব পাৰিব। হঠাৎ দুচিন্তা বৃদ্ধি পাব। শুভ ৰং মাটিয়া। শুভ সংখ্যা ৫।

মীন: দিনটোত আশা কৰা ধৰণে ধন আগমন হ’ব। অযথা চিন্তাই ক্ষতি কৰিব। সন্তানৰ বাবে শুভ। শুভ ৰং গেৰুৱা, শুভ সংখ্যা ৮।

Exit mobile version