Horoscope: দিনটোৰ ৰাশিফল
মেষ: এই ৰাশিৰ জাতক-জাতিকাৰ স্বাস্থ্য বৰ ভাল দেখা নাযায়। চাকৰিয়ালৰ মধ্যম। বিদ্যাত কষ্ট কৰিলে বিদ্যার্থীসকলে ভাল ফল পাব। শুভ ৰং আকাশী নীলা। শুভ সংখ্যা ২।
বৃষ: সমাজকল্যাণ মূলক সামাজিক কর্মত সুনাম বৃদ্ধি। বিদ্যাত ভাল ক’ব পৰা যায়। আর্থিকত বৰ ভাল দেখা যায়। শুভ ৰং বগা। শুভ সংখ্যা ৭।
মিথুন: আপোনাৰ পাৰিবাৰিক দায়িত্ব বৃদ্ধি। নিবনুৱাৰ সংস্থাপন যোগ বিদ্যামান। প্রেমত শুভ। শুভ ৰং গুলপীয়া। শুভ সংখ্যা ১।
কর্কট: ৰাজনীতিবিদ সকলৰ কাৰণে দিনটো সংকটপূর্ণ। চাকৰিয়ালৰ গতানুগতিক। ধন লেন-দেনত সতর্ক থকা ভাল হ’ব। শুভ ৰং ৰঙা। শুভ সংখ্যা ২।
সিংহ: মাতৃৰ অসুস্থতাৰ কাৰণে দিনটো বৰ ভাল নাযাব। বিদ্যার্থীসকলৰ বাবেই ভাল। ব্যৱসায়ীসকলে নতুন কামত হাত দিব পাৰিব। শুভ ৰং ক’লা, শুভ সংখ্যা ৭।
কন্যা: দিনটোত কোনো সংবাদে মন প্রফুল্ল কৰিব। প্ৰেমত মানসিক দ্বন্দ থাকিব। নিবনুৱাৰ কৰ্ম সংস্থাপন যোগ। শুভ ৰং বগা। শুভ সংখ্যা ৮।
তুলা: ব্যৱসায়ত কঠিন প্রতিযোগিতা সমুখীন হ’ব আৰু এই ক্ষেত্রত আনক বিশ্বাস নকৰি নিজৰ বুদ্ধি আৰু কৌশল প্ৰযোগ কৰক। শুভ ৰং হালধীয়া। শুভ সংখ্যা ৬।
বৃশ্চিক: সাৱধানে কর্মাদিত মন দিয়ক। ব্যৱসায়ত ভাল। প্রেমত শুভ। সন্তানৰ প্রতি চকু ৰাখক। ঠিকাদাৰি ব্যৱসায়ত ভাল নহ’ব। বিদ্যার্থীসকলৰ বাবে দিনটো শুভ। শুভ ৰং গেৰুৱা, শুভ সংখ্যা ৭।
ধনু: ধর্মীয় বিশ্বাস অটুট থাকিব। ঠিকাদাৰী ব্যৱসায়ত ভাল নহ’ব। বিদ্যার্থীসকলৰ বাবে দিনটো শুভ। শুভ ৰং গেৰুৱা। সংখ্যা ৭।
মকৰঃ বিদেশ ভ্রমণ শুভ দেখা যায়। চাকৰিয়ালৰ মধ্যম। বিদ্যার্থীসকলে ভবা মতে ফল নাপাব। আইনৰ সমস্যাৰ সমাধান হ’ব। শুভ ৰং সেউজীয়া। শুভ সংখ্যা ১।
কুম্ভ: আপোনাৰ কন্যা সন্তানৰ বিবাহৰ যোগ। আর্থিকত ভাল যদিও শত্রু পৰা ক্ষতি হোৱা সম্ভাৱনা। প্রেমত মধ্যম। শুভ ৰং বগা। শুভ সংখ্যা ৮।
মীন: বিদ্যাত বাধাৰ মাজেৰে অগ্রগতি লাভ। দাম্পত্য ভাল। কবি-সাহিত্যিক সকলৰ জনপ্রিয়তা বৃদ্ধি পাব। টকা-পইচা লেন-দেনত সাৱধান। বিদ্যার্থীসকলৰ ভাল। প্রেমত মধ্যম। শুভ ৰং হালধীয়া। শুভ সংখ্যা ২।