Horoscope: দিনটোৰ ৰাশিফল
মেষ: কর্মতৎপৰতা বৃদ্ধি; পূব দিশত ভ্রমণ নকৰিব; ব্যয় বৃদ্ধি; বিদ্যাত শুভ; শুভ ৰং পাতল সেউজীয়া। শুভ সংখ্যা ৪।
বৃষ: শনি মন্দিৰ দৰ্শন কৰক; পৰিশ্ৰমৰ মৰ্যাদা পাব; পৰিৱেশৰ লগত মনৰ স্থিতি বজাই ৰাখক; শুভ ৰং মাখন, শুভ সংখ্যা ৬।
মিথুন: ভ্রমণত শুভ; ব্যয় বৃদ্ধি; বন্ধুৰ পৰা আঁতৰত থাকক; সৎ বা জ্ঞানী লোকৰ সান্নিধ্যত উপকৃত; শুভ ৰং সোণালী, শুভ সংখ্যা ৩।
কর্কট: কৰ্মত সুস্থিৰতা বৃদ্ধি পাব; বিদেশ ভ্ৰমণৰ যুগ; মাতৃৰ শুভ; বিদ্যাত উন্নতি; শুভ ৰং হালধীয়া, শুভ সংখ্যা ৯।
সিংহ: যান বাহনৰ পৰা সাৱধান; ব্যৱসায়ত উন্নতি; পুৰণি বেমাৰে আমনি দিব পাবে; ধন আগমনৰ যুগ; শুভ ৰং পাতল নীলা; শুভ সংখ্যা ৩।
কন্যা: মনৰ দৃঢ়তা বৃদ্ধি; সূৰ্যক পূজা কৰক; নিজৰ কৰ্মৰ ওপৰত গুৰুত্ব দিয়ক; প্রেমত কষ্ট; শুভ ৰং মেৰুণ, শুভ সংখ্যা ১।
তুলা: মাংগলিক তৎপৰতা বৃদ্ধি; ৰক্তচাপ বৃদ্ধি; দুপৰীয়াৰ পাছত ভ্ৰমণ কৰিব; নতুন সংবাদে আনন্দিত দিব; শুভ ৰং গোলপীয়া, শুভ সংখ্যা 81
বৃশ্চিক: কর্মস্থানত সন্মান; ভ্ৰমণত কষ্ট; শৰীৰৰ প্ৰতি সচেতন হওক; পিতৃ-মাতৃৰ দায়িত্ব পালন কৰক; শুভ ৰং ডাঠ নীলা, শুভ সংখ্যা ১।
ধনুঃ খাদ্য খাওতে সাৱধান হওক; পানীৰ পৰা সাৱধান হওঁক; অর্থ লাভ; ।শুভ ৰং মেরুণ, কর্মত মাধ্যম; শুভ সংখ্যা ৩।
মকৰ : কৰ্মত মাধ্যম; যান বাহন ক্ৰয়ৰ যুগ; প্ৰেমত মাধ্যম; তুলসীৰ তলত পানী দিয়ক; শুভ ৰং কমলা, শুভ সংখ্যা ৩।
কুম্ভ: কর্মদক্ষতা বৃদ্ধি; প্রতিযোগিতামূলক কামত উন্নতি; বিষ্ণুৰ পূজা কৰিব; ভ্রমণত শুভ; শুভ ৰং মেৰুণ , শুভ সংখ্যা ৪।
মীন: বন্ধুৰ পৰা উৎসাহ পাব; শত্রু নাশ; শৰীৰৰ প্ৰতি গুৰুত্ব দিয়ক; ১১ বিদ্যাত মাধ্যম; শুভ ৰং সোণালী, শুভ সংখ্যা ৮।