ECI:লোকসভা নিৰ্বাচনৰ পূৰ্বে নিৰ্বাচন আয়োগৰ কঠোৰ নিৰ্দেশনা ৰাজ্য চৰকাৰলৈ

একেখন জিলা আৰু লোকসভা সমষ্টিত তিনিবছৰ ধৰি কাৰ্যনিৰ্বাহ কৰা বিষয়া--কৰ্মচাৰীক বদলি কৰক ৰাজ্য চৰকাৰে, শূন্য সহনশীলতা নীতি গ্ৰহণৰ নিৰ্দেশ ৰাজ্য চৰকাৰক

eci 1

ECI:

দেশৰ লোকসভা নিৰ্বাচনলৈ মাজত মাত্ৰ ডেৰটা মাহ থকা অৱস্থাত নিৰ্বাচন সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত তৎপৰ হৈ পৰিছে নিৰ্বাচনত ৷

লোকসভা নিৰ্বাচনৰ পূৰ্বে নিৰ্বাচন আয়োগৰ কঠোৰ নিৰ্দেশনা ৰাজ্য চৰকাৰলৈ ৷ একেখন জিলা আৰু লোকসভা সমষ্টিত তিনিবছৰ ধৰি কাৰ্যনিৰ্বাহ কৰা বিষয়া- বৰ্গক বদলি কৰিবলৈ ৰাজ্য চৰকাৰ সমূহক আহ্বান জনাইছে নিৰ্বাচন আয়োগে ৷ এইক্ষেত্ৰত শূন্য সহনশীলতা নীতি গ্ৰহণৰ নিৰ্দেশ ৰাজ্য চৰকাৰক ৷

উল্লেখ্য যে, অহা মাৰ্চ মাহৰ দ্বিতীয়টো সপ্তাহতে নিৰ্বাচন আয়োগে নিৰ্বাচনী দিন ঘোষণা কৰি অধিসূচনা জাৰি কৰাৰ সম্ভাৱনা আছে ৷

Exit mobile version