Horoscope: দিনটোৰ ৰাশিফল

horoscope

Horoscope: দিনটোৰ ৰাশিফল

মেষ: শৰীৰ সুস্থিৰ থাকিব। ভবা মতে কাম কৰিব পাৰিব। আৰ্থিকত অভার থাকিব পাৰে। শুভ ৰং গেৰুৱা। শুভ সংখ্যা ৫।

বৃষ: মন চঞ্চল হ’ব। শিক্ষার্থীসকলৰ মনত আনন্দ আৰু আগ্রহ বাঢ়িব।প্রেমত শুভ। শুভ ৰং বেঙুনীয়া। শুভ সংখ্যা ২।

মিথুন: পাৰিবাৰিক দিশত সুখ-শান্তি থাকিব। নতুন কর্মৰ সম্ভেদ পাব। বিবাহ প্ৰাৰ্থীৰ বাবে সুখবৰ। শুভ ৰং বগা। শুভ সংখ্যা ৪।

কর্কট: দিনটো শুভ যদিও ১২ বজাৰ পাছত অলপ অশান্তিৰ কাৰণ হ’ব পাৰে। শিৱৰ মন্ত্র জপ কৰিব। নীলা ৰং বস্ত্ৰ পৰিধান কৰিব। শুভ সংখ্যা ১।

সিংহ: বাধা-বিঘিনিৰ মাজেৰে কৰ্মত সাফল্য হ’ব পাৰিব। মনৰ অশান্তি, খং ৰাগ বৃদ্ধি হ’ব। শুভ ৰং সেউজীয়া, শুভ সংখ্যা ৩।

কন্যা: নিজকে অলপ সতর্ক কৰি ৰাখক। কিছুমান সিদ্ধান্তত খেলি-মেলি হ’ব পাৰে। কর্মক্ষেত্ৰত সামান্য উন্নতি দেখা যায়। শুভ ৰং হালধীয়া। শুভ সংখ্যা ৮।

তুলা: পাৰিবাৰিক আৰু প্ৰেমত শান্তি তথাপিও অলপ বাধা হ’ব পাৰে। বন্ধুবৰ্গৰ পৰা দূৰত থাকক। শুভ ৰং নীলা। শুভ সংখ্যা ৭।

বৃশ্চিক: ব্যৱসায়ত মধ্যমীয়া। ভ্রমণত কষ্ট। বাজনীতি, সমাজ কর্মত জড়িতসকলক আকস্মিক সংবাদে আনন্দিত কৰিব। শুভ ৰং গুলপীয়া,শুভ সংখ্যা ৯।

ধনু: মনত দুচিন্তা আৰু অশান্তিয়ে বৃদ্ধি পাব। ভবা কথা আনৰ আগত প্রকাশ নকবিব। দাম্পত্যত শুভ। শুভ ৰং গেৰুৱা। সংখ্যা ৫।

মকৰ: শৰীৰটো আগতকৈ কিছু উন্নত হ’ব। পুৰণি ৰোগ আদিৰ পৰা মুক্ত * হ’ব। নতুন সংবাদে আনন্দিত কৰিব। শুভ ৰং মেৰুণ। শুভ সংখ্যা ৮।

কুম্ভ: আপোনাৰ কন্যা সন্তানৰ বিবাহৰ যোগ। আর্থিকত ভাল যদিও শত্ৰুৰ পৰা ক্ষতি হোৱাৰ সম্ভাৱনা। প্ৰেমত মধ্যম। শুভ সংখ্যা ৮।

মীন: মানসিক ক্ষেত্রত কিছু অশান্তি হ’ব পাৰে। বিবাহ প্রার্থীৰ বাবে সু- সংবাদ আহিব পাৰে। নতুন কৰ্মৰ সন্ধান পাব। শুভ সংখ্যা ৩।

Exit mobile version