Horoscope: দিনটোৰ ৰাশিফল

horoscope

Horoscope: দিনটোৰ ৰাশিফল

মেষ: পৰিৱেশ অস্থিৰতা থাকিব পাৰে। শৰীৰ প্ৰতি সচেতন হওক। নতুন যোগাযোগৰ পৰা আনন্দিত হ’ব। কর্মক্ষেত্রত মধ্যম, শুভ ৰং বগা। শুভ সংখ্যা ৮।

বৃষ: খৰচ বৃদ্ধি, বিয়াৰ যোগাযোগত শুভ। কর্মক্ষেত্ৰত শৰীৰ প্ৰতি নজৰ দিয়ক। বিদ্যাত মধ্যম। শুভ ৰং মাখন, শুভ সংখ্যা ৫।

মিথুন: মাতৃৰ শুভ, কর্মক্ষেত্ৰত জটিলতা। বিদ্যাত শুভ। ব্যয় বৃদ্ধি। তুলসীৰ তলত পানী দিয়ক। শুভ ৰং গুলপীয়া। শুভ সংখ্যা ১।

কর্কট: মনৰ দৃঢ়তা বৃদ্ধি। কৰ্মত উন্নতি। হতাশা আঁতৰিব। যান-বাহন লাভ ইলেকট্ৰিকৰ পৰা সাৱধান। শুভ ৰং পাতল নীলা। শুভ সংখ্যা-৪।

সিংহ: দুষ্ট লোকৰ পৰা সাৱধান। দুষ্ট গোপন শত্রু বৃদ্ধি। কার্যক্ষেত্র উন্নতি। ভ্রমণত কষ্ট। শুভ ৰং সোণালী। শুভ সংখ্যা ৮।

কন্যা: কর্মত উন্নতি। নিজ স্থিতি অটুট ৰাখক। বন্ধুৰ পৰা উৎসাহ পাব। দুখীয়াক অন্ন দান কৰক। শুভ ৰং ডাঠ নীলা। শুভ সংখ্যা ৩।

তুলা: কর্মত শুভ। আবেগত কোনো সিদ্ধান্ত নল’ব। বিদ্যাত চেষ্টা কৰক। ভ্ৰমণ দক্ষিণ দিশৰ পৰা কৰিব। শুভ ৰং হালধীয়া। শুভ সংখ্যা ৪।

বৃশ্চিক: কর্মস্থানত জটিলতা কমিব। সন্তানৰ শুভ দূৰ ভ্ৰমণৰ যোগ। দুপৰীয়া নিৰামিষ আহাৰ গ্ৰহণ কৰিব। শুভ ৰং বগা। শুভ সংখ্যা ৯৮

ধনু: ব্যৱসায়ত উন্নতি। কর্মস্থানত উদাৰতা প্রকাশ। শৰীৰৰ উন্নতি। আনৰ কথাত গুৰুত্ব নিদিব। শুভ ৰং কমলা। শুভ সংখ্যা ৫।

মকৰ : কৰ্মত দক্ষতা। প্রতিভা বিকাশ। নতুন চিন্তাই আনন্দিত কৰিব। ভ্রমণত শুভ। বিদ্যাত যত্ন লওক। শুভ ৰং ৰঙা। শুভ সংখ্যা ৩।

কুম্ভ: কর্মত উন্নতি। বিদ্যাত আনন্দ। সন্মান হানি হ’ব পাৰে। দাম্পত্যত শুভ ৷ শুভ ৰং মেৰুণ, শুভ সংখ্যা ৬।

মীন: ভ্রাতৃৰ উন্নতি। দুষ্টলোকৰ পৰা সাৱধান। ব্যয়-বৃদ্ধি ৷ ভ্ৰমণত সফল। শৰীৰ উন্নতি। শুভ ৰং সোণালী। শুভ সংখ্যা ২ ৷

Exit mobile version