Horoscope: দিনটোৰ ৰাশিফল
মেষ: ৰাজনীতিৰ লগত জড়িত থকাসকলে ভাল ফল পাব। ঘৰত আলহী-অতিথিৰ আগমন হ’ব পাৰে। দিনটো শুভ হ’ব। শুভ ৰং বগা। শুভ সংখ্যা ৫।
বৃষ: ব্যৱসায়ত বৃদ্ধি লাভ সেৰুৱা, প্ৰেমৰ দিশত শুভ। যাত্ৰা কৰোতে অলপ সাৱধান হওক। শুভ ৰং মেৰুণ, শুভ সংখ্যা ১।
মিথুন: কোনো পুৰণি শত্ৰুৱে আপোনাৰ ক্ষতি কৰিব পাৰে। কর্মক্ষেত্রত শুভ। দিনতো অলপ সাৱধানে চলক। শুভ ৰং হালধীয়া, শুভ সংখ্যা ৬।
কর্কট: শিক্ষাৰ্থীৰ মনৰ চিন্তা আৰু অস্থিৰতা বাঢ়িব। প্ৰেমত শুভ. মনটো স্থিৰে ৰখাৰ প্ৰয়োজন। শুভ ৰং ৰঙা, শুভ সংখ্যা ২।
সিংহ: আর্থিক বাণিজ্যিক ক্ষেত্রত শুভ ফল পাব। প্রেম সাংসাৰিকত সুখ- শান্তি অটুট থাকিব। শুভ ৰং গুলপীয়া, শুভ সংখ্যা ৪।
কন্যা: আজি দিনটো শুভ হ’ব। বহু দিনৰ পুৰণি ইচ্ছা পূৰণ হোৱাৰ সম্ভাৱনা আছে। শুভ বং পাতল সেউজীয়া, শুভ সংখ্যা ১।
তুলা: পৰাপক্ষত দিনটো ভ্রমণ নকৰাই ভাল। শিক্ষার্থীৰ মানসিক অশান্তিৰ যোগ। শুভ ৰং মেৰুণ, শুভ সংখ্যা ৫।
বৃশ্চিক: ৰাজনীতি, বুদ্ধিজীৱী, সমাজকর্মী লোকৰ অলপ অশান্তি থাকিব তথাপি দিনটো বেয়া নাযায়। শুভ ৰং ক’লা, শুভ সংখ্যা ৯।
ধনু: কৰ্মক্ষেত্ৰত নিজৰ অৰ্হতাৰ ওপৰত যোগ্য স্থান লাভ কৰিব। নতুন ঠাই ভ্ৰমণৰ সুযোগ পাব। শুভ ৰং সেউজীয়া।
মকৰ : শিক্ষাৰ্থীৰ মনত সন্দেহ অনিশ্চয়তাৰে ভৰি থাকিব। ব্যৱসায়ৰ ক্ষেত্রত শুভ ফল পাব দিনটো শুভ। শুভ ৰং নীলা, শুভ সংখ্যা ৫।
কুম্ভ: শৰীৰত পুৰণি ৰোগে দেখা দিব পাৰে। যানবাহন, মাটি-সম্পত্তিৰ ফালৰ পৰা লাভৱান হ’ব। শুভ ৰং কমলা, শুভ সংখ্যা ৭।
মীন: কোনো বিশেষ ঘটনাই মনৰ অস্থিৰতা আনিব পাৰে। শৰীৰ বৰ ভালে যোৱা টান। প্রেমত শুভ। শুভ ৰং গেৰুৱা, শুভ সংখ্যা ২।