Horoscope: দিনটোৰ ৰাশিফল

horoscope

Horoscope: দিনটোৰ ৰাশিফল

মেয়: চাকৰি ক্ষেত্ৰত দায়িত্ব বৃদ্ধি পাব, ব্যৱসায়-বাণিজ্যত শুভ। দিনটোত আয় অপেক্ষা ব্যয়ৰ মাত্রা বৃদ্ধি পাব। নিবনুৱা জাতক-জাতিকাই চেষ্টাৰ শফল পাব, লিংগত ঢালিব, আজি নিৰামিষ আহাৰ কৰিব।

বৃষ: কর্মত অশ্বিৰতা দেখা দিব পাবে। আত্মীয়ৰ লগত মতান্তব হ’ব পাৰে। অযথা চিন্তা বৃদ্ধি। প্রাপ্য অর্থ প্রাপ্তিৰ যোগ। অধিক খঙৰ কাৰণে একাধিক সুযোগ হাত এবা হ’ব পাবে। বন্ধুৰ দ্বাৰা সন্মান হানিৰ যোগ। -বিদ্যার্থীৰ বাবে দিনটো শুভ ফল দায়ক। বৃষৰ জাতক-জাতিকাই বগা গৰুৰ গাখীৰ শিৱ লিংগত ঢালিব।

মিথুন: কর্মক্ষেত্রত মধ্যম ফলদায়ক। বিশে েকাৰণে কিছু অর্থ ঋণ কৰিব লগা হ’ব পাৰে। ব্যৱসায়-বাণিজ্যত মধ্যম ফল। সন্তানৰ বিদ্যাব কাৰণে পিতৃ-মাতৃৰ চিন্তা, প্রেম আৰু দাম্পত্যত কাজিয়া-পেচালব সম্ভাবনা। চন্দনেৰে শিৱৰ পূজা অর্চনা কৰবি। শুভ ৰং বগা।

কর্কট: কর্মক্ষেত্রত সাফল্য লাভ। ব্যৱসায়-বাণিজ্যৰ মধ্যম। অসমত আর্থিক উন্নতিৰ যোগ। দাম্পত্যত শান্তি বজাই থাকিব। শৰীৰ স্বাস্থ্য বিশেষ ভাল নাযাব। গাখীৰৰ লগত অলপ ঘিউ মিহলাই শিৱ লিংগত ঢালিব।

সিংহ: কর্মক্ষেত্রত বিভাজ-পৰিবৰ্তনৰ যোগ দেখা যায়। পুৰণি কামৰ সমাপ্তি আশা কৰিব পাৰে। দৈনন্দিন কর্মত খেলিমেলি দেখা দিব পাৰে। আর্থিক ক্ষতি হ’ব পাৰে। আর্থিকত মধ্যম ফল। প্রেমত অশান্তি বৃদ্ধি। সিংহবাশিব জাতক-জাতিকাই গাখীবব লগত গংগাপানি মিহলাই শিৱব মূৰত ঢালিব।

কন্যা: পাৰিবাৰিক ক্ষেত্ৰত শান্তি বজাই থাকিব। আর্থিক ক্ষেত্রত আশা কৰা মতে ফল নাপাব। পুৰণি সমস্যাৰ সমাধান হ’ব পাৰে। গোপন শত্রু সম্পর্কে সতর্ক থাকিব। উচ্চ বক্ত চাপ জনিত ৰোগীসকলে সতর্কতা অবলম্বন কৰিব। ব্যবসায়ত শুভ। বিদ্যাৰ্থীৰ মধ্যম ফল। কন্যাৰাশিৰ জাতক-জাতিকাই গাখীৰৰ লগত অলপ মৌ মিহলাই শিৱৰ মূৰত ঢালিব।

তুলা: কর্মক্ষেত্রত সন্মান বৃদ্ধিৰ যোগ। মনৰ গেপন কথা আনৰ আগত প্রকাশ কৰিলে ক্ষতি হ’ব পাৰে। নিজৰ ভুলত বিপদত পৰিব পাৰে। আর্থিক ক্ষেত্রত শুভ যদিও অধিক ব্যয়-বৃদ্ধিৰ ফলত মানসিক উদ্বেগ বৃদ্ধি পাব।

বৃশ্চিক: পাৰিবাৰীক দিশত সন্মান বৃদ্ধি। কোনোবাই প্ৰতাৰণা কৰিব পাবে। ব্যৱসায়-বাণিজ্যত বাধা থাকিব। আর্থিক দিশত দিনটোত তেনেকৈ ভাল ফল নাপাব। ঠিকাদাৰী ব্যৱসায়ত উন্নতিা যোগ।

ধনু: চাকৰিত সন্মান প্রাপ্তিব যোগ। মনৰ আশা ভংগ হ’ব পাৰে। প্রাপ্য ধন প্রাপ্তিৰ যোগ আছে। ঘৰত মাংগলিক অনুষ্ঠানৰ সম্ভাবনা দেখা দিব পাৰে। ধনুৰাশি জাতক-জাতিকাই আজি গাখীৰৰ লগত অলপ দৈ মিহলাই শিৱ লিংগত ঢালিক।

মকৰ: পাৰিবাৰিক অশান্তৰ কাৰণে দৈনিক কর্মত বাধা। নিজৰ ভুলৰ কাৰণে বিপদত পৰিব পাৰে। অযথা চিন্তাব ফলত শৰীৰ ক্ষতি হ’ব পাৰে ৷

কুম্ভ: অযথা বিবাদৰ ফলত দৈনন্দিন কৰ্মত ক্ষতি। মনৰ অৱস্থাৰ বিশেষ ভালেবে নাযাব। বিভিন্ন প্রতিকূল পৰিস্থিতিত বন্ধুৰ সহায় আশা কৰিব পাৰে। কুম্ভ বাশিব জাতক-জাতিকাই বেলপাতেবে পূজা কৰিব।

মীন: কর্মক্ষেত্রত বাধা থাকিব। কিবা বিষয়লৈ পিত-মাতৃৰ লগত মতবিৰোধ দেখা দিব পাৰে। পৰিকল্পিত ব্যৱসায়ৰ ক্ষেত্ৰত বাধা থাকিব। মানসিক চঞ্চলতাৰ কাৰণে ক্ষতি। চাকৰি ক্ষেত্ৰত সহকর্মীৰ লগত দেখা দিব পাৰে।

Exit mobile version