Gaon Pancyat Secretary Arrested In Guripur:উৎকোচ লৈ হাত দাঙিলে গাঁও পঞ্চায়তৰ সচিবে

১০ হাজাৰ টকা উৎকোচ লৈ আটক পঞ্চায়ত সচিব

guripur

Gaon Pancyat Secretary Arrested In Guripur:

পুনৰ হাত দাঙিলে আৰু এজন চৰকাৰী কৰ্মচাৰীয়ে ৷ ইজনৰ পাছত সিজনকৈ চৰকাৰী বিষয়া – কৰ্মচাৰী দুর্নীতি নিবাৰকৰ জালত পৰাৰ পাছতো সিকনি হোৱা
খকুৱা বিষয়া – কৰ্মচাৰীৰ ৷

ধুবুৰী জিলাৰ গৌৰীপুৰত দুর্নীতি নিবাৰকৰ জালত পৰিল এজন ঘোচখোৰ গাঁও পঞ্চায়তৰ সচিব ৷ আলমগঞ্জ গাঁও পঞ্চায়তৰ সচিব নুৰুল ইছলাম মোল্লাই ১০ হাজাৰ টকা উৎকোচ লওতেই হাতেলোটে আটক কৰে দুর্নীতি নিবাৰক শাখাই ৷

Exit mobile version