Horoscope: দিনটোৰ ৰাশিফল
মেষ: কিবা কাৰণতে মানসিক অশান্তি বৃদ্ধি পাব পাৰে। শৰীৰত আঘাত প্রাপ্তিৰ সম্ভাৱনা দেখা যায়। আর্থিক ক্ষেত্রত শুভ যদিও ব্যয়-বৃদ্ধিৰ ফলত মানসিক চিন্তা। আইনজীৱিৰ বাবে দিনটো শুভ ফলদায়ক হ’ব।
বৃষ: বিভিন্ন কাৰণতে ব্যয়ব পৰিমান অত্যাধিক বৃদ্ধি পাব। আকস্মিক অর্থপ্রাপ্তিৰ যোগ দেখা যায়। পেট আৰু দাঁতৰ সমস্যাত কষ্ট পাব পাবে। সামাজিক কাম-কাজৰ ক্ষেত্ৰত সন্মান বৃদ্ধিৰ যোগ। বিদ্যার্থীৰ মধ্যম।
মিথুন: কোনোবাই আপোনাৰ লগত প্ৰতাৰণা কৰিব পাৰে। শুভ সংবাদ যোগ আছে। আকস্মিকভাবে কর্মক্ষেত্রত বাধা দেখা দিব পাৰে। বুধৰ প্রভাৱত ব্যৱসায়-বাণিজ্যত কিছু হ’লেও শুভ প্রভাৱ পৰিব।
কর্কট: নতুন কামত উন্নতি অব্যাহত থাকিব। আর্থিক উন্নতিৰ ফলত কিছু হ’লেও ঋণ পৰিশোধ কৰিব পাৰিব। গৃহ বিবাদৰ ভয় আছে। ভ্রমণৰ যোগ আছে যদিও আজি ভ্রমণ নকৰাই ভাল হ’ব।
সিংহ: বাহুৰ অশুভ প্রভাৱৰ ফলত কৰ্মক্ষেত্ৰত ব্যাঘাত ঘটিব পাৰে। যান- বাহনৰ পৰা ভয় আছে। গতিকে চলাফুৰাত সতর্ক থাকিব। শত্রুবে আপোনাৰ ক্ষতি কৰিব বিচাৰিব, গতিকে শত্ৰুৰ পৰা সতর্ক থাকিব।
কন্যা: বুধৰ প্রভাৱত দৈনন্দিন কামত উৎসাহ বৃদ্ধি পাব। বিশেষ কোনো কামৰ বাবে বাহিৰলৈ যোৱাৰ যোগ আছে। তেজ সংক্রান্তৰ বেমাৰত ভুগিব পাৰে। ব্যৱসায়-বাণিজ্যত ভাল ফল আশা কৰিব পাৰে। বিদ্যার্থীত শুভ।
তুলা: শুকুৰ শুভ প্রভাৱত ৰাজহুৱা সন্মান লাভৰ যোগ। কর্মক্ষেত্ৰত ব্যস্ততা বৃদ্ধি পাব। কিবা বিষয়লৈ পতি-পত্নীৰ মাজত বিৰোধ দেখা দিব পাৰে পিতৃ-মাতৃয়ে সন্তানৰ গতিবিধিৰ ওপৰত লক্ষ্য ৰাখিব। প্ৰেমত অশুভ।
বৃশ্চিক: নানান বাধা-বিঘিনীৰ মাজেৰে দিনটো পাৰ হ’ব। শত্রুৰ দ্বাৰা আক্ৰান্ত হ’ব পাৰে, গতিকে শত্ৰুৰ গতিবিধিৰ ওপৰত লক্ষ্য ৰাখিব। কিবা বিষয়লৈ নিকট আত্মীয়ৰ লগত বিৰোধ দেখা দিব পাৰে। বিদ্যার্থীৰ শুভ ফল দায়ক।
ধনু: বৃহস্পতিৰ শুভ প্রভাৱত ফলত কোনো আশাৰ সঞ্চাৰ হ’ব পাৰে। শত্রুকে বিৰোধীতা কৰিও আপোনাৰা কোনো ক্ষতি কৰিব নোৱাৰে। ঘৰত আত্মীয়ৰ সমাগম ঘটিব পাৰে। ব্যৱসায়-বাণিজ্যত মধ্যম ফলদায়ক হ’ব। প্রেম আৰু দাম্পত্যত শুভ ফলদায়ক হ’ব।
মকৰ: দৈনন্দিন কাম-কাজৰ উন্নতি আকস্মিক কোনো বিপদৰ সন্মুখীন হ’ব পাৰে। গতিকে দিনটোত সতর্কতা অৱলম্বন কৰিব। কর্মক্ষেত্ৰত পদোন্নতিৰ যোগ। অশুভ সংবাদ প্রাপ্তিৰ ফলত মানসিক অশান্তি। বিদ্যার্থীৰ শুভ।
কুম্ভ: সামাজিক দিশত সন্মান আৰু প্রতিপত্তি বৃদ্ধিৰ যোগ। দুর্ঘটনাৰ ভয়, গতিকে চলাফুৰাত সতর্ক থাকিব। সন্তানৰ দ্বাৰা পিতৃ-মাতৃৰ সন্মান বৃদ্ধিৰ যোগ। আকস্মিক অর্থ প্রাপ্তি যোগ। বিদ্যার্থীৰ শুভ ফলদায়ক।
মীন: পাৰিবাৰীক ক্ষেত্ৰত শুভ ফলদায়ক হ’ব। কিবা বিষয়লৈ ভ্ৰাতৃৰ লগত মতবিৰোধ হ’ব পাৰে। পিতৃ-মাতৃৰ অসুস্থতাৰ কাৰণে অর্থ ব্যয়। চাকৰিয়াল সকলো সতর্কতাৰ মাজেৰে কর্তব্য পালন কৰিব। বিদ্যার্থীৰ অশুভ ফলদায়ক।