Horoscope: দিনটোৰ ৰাশিফল
মেষ: দৈনিক কর্মত সাফল্য আহিব। কাৰোবাৰ লগত চলি অহা বিবাদৰ নিষ্পতি হ’ব পাৰে। ঘনিষ্ট আত্মীয়ৰ দ্বাৰা অপমানিত হ’ব পাৰে। সামাজিক কামত সম্মান প্ৰাপ্তিৰ যোগ। আকস্মিকভাৱে অর্থ সম্পদ প্রাপ্তিৰ সম্ভাৱনা দেখা যায়। ব্যৱসায়-বাণিজ্যত মধ্যম ফল। দাম্পত্যত শান্তি বজাই ৰাখিব।
বৃষ: চেষ্টা আৰু সংযম বজাই ৰাখিব পাৰিলে দিনটোত বিভিন্ন দিশত সফল হ’ব পাৰিব। কৰ্মক্ষেত্ৰত নিজৰ প্ৰতিভাৰ বিকাশ ঘটিব। কিবা বিষয়লৈ ভ্রাতৃৰ লগত বিৰোধ দেখা দিব পাৰে।
মিথুন: কর্মক্ষেত্রত মধ্যম ফল। এই ৰাশিৰ ক্ৰীড়া বিদ সকলোৰ দিনটো শুভ ফলদায়ক হ’ব। গুৰুত্বপূৰ্ণ কামত সাফল্য আহিব। দিনৰ শেষৰ ভাগতেব্যৱসায়-বাণিজ্যত জটিলতা দেখা দিব পাৰে। অযথা অর্থ ব্যয় সম্পর্কে সতর্ক হ’ব লাগিব। ঘৰত আলহীৰ আগমন হ’ব পাৰে।
কর্কট: কর্মক্ষেত্রত বেমেজালি দেখা দিব পাৰে। এই ৰাশিৰ সংগীত শিল্পীসকলোেৰ বাবে দিনটো শুভ ফলদায়ক হ’ব। দিনটোত পুৰণি কামৰ সুফল পাব পাৰে। ভ্রাতৃৰ উন্নতিৰ যোগ। বেচৰকাৰী ক্ষেত্ৰত কৰ্ম পৰিৱৰ্তনৰ যোগ দেখা যায়। আর্থিক ক্ষেত্ৰত থাকিব। শুভ যদিও সঞ্চয় নহ’ব পাৰে।
সিংহ: কর্মক্ষেত্রত সহকৰ্মীৰ পৰা সতৰ্কতা অৱলম্বন কৰিব। অপ্রত্যাশিত ঘৰুৱা অশান্তি দেখা দিব পাৰে। সমাজ সেৱামূলক কামত সাফল্য আহিব দিনটোত আত্মীয় বিয়োগৰ খবৰ পাব পাৰে। ব্যৱসায়-বাণিজ্যত মধ্যম ফল।
কন্যা: দৈনন্দিন কর্মত শুভ চাকৰি ক্ষেত্ৰত সহকর্মীৰ লগত মতানৈক্য হোৱাৰ সম্ভাৱনা দেখা যায়। আর্থিক আয় উন্নতিৰ বাবে দিনটো শুভ ফল দায়ক হ’ব। পাৰিবাৰীক দিশত পিতৃ-মাতৃৰ শৰীৰৰ কাৰণে চিন্তা আৰু অৰ্থব্যয় প্রেম-প্রীতিৰ ক্ষেত্ৰত বাধাসমূহ দূৰ হোৱাৰ সম্ভাৱনা আছে।
তুলা: ঘৰুৱা অশান্তিৰ ফলত দৈনন্দিন কৰ্মত বাধা। কর্মক্ষেত্রত সমস্যা বৃদ্ধি ‘পাব। যানবাহন আছে। কর্মসূত্রে ভ্ৰমণৰ সুযোগ আহিব পাৰে। বিদ্যার্থীৰ মধ্যম ফল। তুলাৰাশিৰ জাতক-জাতিকাই গুড়ৰ লগত এটুকুৰা কেঁচা হালধীয়া মিহলাই লগাব।
বৃশ্চিক: কর্মক্ষেত্রত সন্মান প্ৰাপ্তিৰ যোগ। ব্যৱসায়-বাণিজ্যৰ বাবে দিনটো মধ্যম ফলদায়ক হ’ব। সৰু-সুৰা দুৰ্ঘটনাৰ ফলত ভৰিত প্ৰবল অর্থাৎ পোৱাৰ সম্ভাৱনা আছে। প্রেমত সাফল্য আহিব।
ধনু: সামাজিক কামত ব্যৱস্তা বৃদ্ধি পাব। কিবা বিষয়লৈ পিতা-পুত্ৰৰ মাজত বিৰোধৰ সম্ভাৱনা দেখা যায়। মনৰ আশা ভংগৰ হ’ব পাৰে। ঘৰুৱা বিষয়লৈ পতি-পত্নীৰ মাজত মতভেদ দেখা দিব পাৰে। ভ্ৰমণৰ যোগ আছে।
মকৰ : কৰ্মক্ষেত্ৰত শুভ ফল লাভ কৰিব। অর্থভাজ্য স্থিতিশীল নহ’ব। ব্যৱসায়-বাণিজ্যত হঠাৎ পৰিবৱৰ্তন আহিব পাৰে। প্ৰতিযোগিতা মূলক পৰীক্ষাত সাফল্যৰ যোগ বিদ্যার্থীসকলে উচ্চ শিক্ষাত আশানুৰূপ।
কুম্ভ: চাকৰিয়াল ব্যক্তিসকলোৰে পদোন্নতিৰ সম্ভাৱনা আছে। সন্তানৰ বাবে দিনটো শুভ নহয়। ন্যায্যা প্ৰাপ্তিৰ পৰা বঞ্চিত হ’ব পাৰে। ব্যৱসায়- বাণিজ্যৰ মাধ্যমত আর্থিক উন্নতিৰ যোগ। ভ্ৰমণৰ সতর্ক হোৱা আৱশ্যক। প্রেমত ব্যর্থ হ’ব পাৰে। বিদ্যার্থীৰ বাবে দিনটো মধ্যম ফলদায়ক।
মীন: কর্মক্ষেত্রত উন্নতিৰ যোগ। পুলিচি জামেলা মামলা মোকদ্দমা আদিৰ যোগ দেখা যায়। সমাজিক ক্ষেত্ৰত মানহানিৰ আশংকা। পিতৃ-মাতৃৰ লগত কিবা বিষয়লৈ মত বিৰোধ হ’ব পাৰে। প্ৰেম আৰু দাম্পত্যত শান্তি বজাই থাকিব৷