Horoscope: দিনটোৰ ৰাশিফল

horoscope

Horoscope: দিনটোৰ ৰাশিফল

মেষ: এই বাশিৰ জাতক-জাতিকাই আজিৰ দিনটোৰ আৰম্ভণিতে ৰঙা কাপোৰ পিন্ধিব। প্ৰেমত শুভ। বিদ্যার্থীসকলৰ বাবে দিনটো শুভ।

বৃষ: এই ৰাশিৰ জাতক-জাতিকাই আজিৰ দিনটোত আৰম্ভণিতে হালধীয়া ৰঙৰ কাপোৰ ব্যৱহাৰ কৰিব।

মিথুন: এই ৰাশিৰ জাতক-জাতিকাসকলৰ ব্যৱসায়ত নতুন পৰিচয় লাভ হ’ব। কৰ্মৰ ক্ষেত্ৰত অর্থ ব্যয় হ’ব। প্রেমত শুভ।

কর্কট: ব্যৱসায়ীসকলৰ শুভ। বিদার্থীয়ে পঢ়াত মনযোগ দিয়া ভাল। ঘৰত আলহীৰ আগমন হ’ব পাৰে। দিনটো শুভ।

সিংহ: আজিৰ দিনটোত ধৈৰ্য্য সহকাৰে কাম কৰিলে মাহটোত ভাল ফল পাব। আজি আপোনাৰ দুৰ্বলতাৰ সুযোগ লৈ কোনোবাই ক্ষতি কৰিব।

কন্যা: কৰ্মৰ ক্ষেত্ৰত অর্থ লাভ হ’ব। ব্যৱসায়ীসকলৰ লোকচান হ’ব। বিপদ আহিব পাৰে। বিদ্যার্থীৰ অশুভ।

তুলা: মানসিক অশান্তি বৃদ্ধি পাব। ব্যৱসায়ত শুভ। প্রেমত মতভেদ। উত্তৰ দিশে ভ্রমণ নকৰিব।

বৃশ্চিক: পৰিয়ালৰ শুভ। পিতৃৰ স্বাস্থ্যৰ ক্ষেত্ৰত চিন্তা। কাজ কর্মত উৎসাহ। দুর্ঘটনা হোৱাৰ সম্ভাৱনা আছে।

ধনুঃ প্রেম প্রণয়নত শান্তি। পুৰণি বন্ধুক লগ পাব। বিদ্যার্থীসকলে কোনো বিশ্ববিদ্যালয়ত নতুন সুযোগ পাব।

মকৰ: প্ৰেমত শুভ। বিবাহ প্ৰাৰ্থীৰ বিবাহৰ যোগ। বিদ্যার্থীসকলে কষ্ট কৰি লাগিব। দিনটো কষ্টৰে পাৰ হ’ব।

কুম্ভ: চাকৰিয়ালসকলৰ পদোন্নতিৰ যোগ। খৰচ বৃদ্ধি। ভ্রমণ কষ্টদায়ক। সুখ-শান্তিৰে দিনটো পাৰ হ’ব।

মীন: প্ৰেমত শুভ। শিক্ষাৰ ক্ষেত্ৰত অসুবিধা। দূৰ ভ্ৰমণৰ যোগ। বন্ধুব পৰা সহায় লাভ।

Exit mobile version