Horoscope: দিনটোৰ ৰাশিফল

horoscope

Horoscope: দিনটোৰ ৰাশিফল

মেষ: কর্মতৎপৰতা বৃদ্ধি। পূর্ব দিশত ভ্রমণ নকৰিব। ব্যয়-বৃদ্ধি, বিদ্যাত শুভ। শুভ ৰং পাতল সেউজীয়া। শুভ সংখ্যা ৪।

বৃষ: শনি মন্দিৰ দৰ্শন কৰক। পৰিশ্ৰমৰ মৰ্যাদা পাব। পৰিৱেশৰ লগত মনৰ স্থিতি বজাই ৰাখক। শুভ ৰং মাখন, শুভ সংখ্যা ৬।

মিথুন: ভ্রমণত শুভ। ব্যয়-বৃদ্ধি। বন্ধুৰ পৰা আঁতৰত থাকক। সৎ বা জ্ঞানী লোকৰ সান্নিধ্যত উপকৃত হ’ব। শুভ বং সোণালী, শুভ সংখ্যা ৩।

কর্কট: কৰ্মৰ সুস্থিৰতা বৃদ্ধি পাব। বিদেশ ভ্ৰমণৰ যুগ। মাতৃৰ শুভ। বিদ্যাত উন্নতি। শুভ ৰং হালধীয়া, শুভ সংখ্যা ৯।

সিংহ: যান-বাহনৰ পৰা সাবধান। ব্যৱসায়ত উন্নতি। পুৰণি বেমাৰে। আমনি দিব পাৰে। ধন আগমনৰ যুগ। শুভ ৰং পাতল নীলা, শুভ সংখ্যা ৩।

কন্যা: মনৰ দৃঢ়তা বৃদ্ধি। সূৰ্যক পূজা কৰক। নিজৰ কৰ্মৰ ওপৰত গুৰুত্ব দিয়ক। প্রেমত কষ্ট। শুভ ৰং মেৰুণ, শুভ সংখ্যা ১।

তুলা: মাংগলিক তৎপৰতা বৃদ্ধি। ৰক্তচাপ বৃদ্ধি। দুপৰীয়াৰ পাছত ভ্রমণ কৰিব। নতুন সংবাদে আনন্দিত দিব। শুভ বং গোলপীয়া। শুভ সংখ্যা 8৷

বৃশ্চিক: কর্মস্থানত সন্মান বৃদ্ধি। ভ্রমণত কষ্ট। শৰীৰ প্ৰতি সচেতন হওক। পিতৃ-মাতৃৰ দায়িত্ব পালন কৰক। শুভ ৰং ডাঠ নীলা, শুভ সংখ্যা ১।

ধনু: খাদ্য খাওতে সাবধান হওক। পানী পৰা সাবধান হওক, অর্থ লাভ। কর্মত মধ্যম। শুভ ৰং মেৰুণ, শুভ সংখ্যা ৩।

মকৰ: কৰ্মত মধ্যম, যান-বাহন ক্ৰয়ৰ যুগ। প্ৰেমত মধ্যম, তুলসীৰ তলত পানী দিয়ক। শুভ ৰং কমলা, শুভ সংখ্যা ৩।

কুম্ভ: কর্ম দক্ষতা বৃদ্ধি, প্রতিযোগিতামূলক কামত উন্নতি। বিষ্ণুৰ পূজা কৰিব। ভ্রমণত শুভ। শুভ ৰং মেৰুণ, শুভ সংখ্যা ৪।

মীন: বন্ধুৰ পৰা উৎসাহ পাব। শত্রু নাশ, শৰীৰ প্ৰতি গুৰুত্ব দিয়ক। বিদ্যাত মধ্যম। শুভ ৰং সোণালী, শুভ সংখ্যা ৮।

Exit mobile version