horoscope

Horoscope: দিনটোৰ ৰাশিফল

মেষ: পুৰণা বন্ধু লগ পোৱাৰ সম্ভাৱনা আছে। সন্তানৰ সাফল্যই মানসিক আনন্দ বৃদ্ধি কৰিব ৷প্ৰেমত চিন্তা ৷

বৃষ: বৃদ্ধ ব্যক্তিসকলে নিজৰ শৰীৰক লৈ যত্ন লওক। সিদ্ধান্ত লোৱাৰ ক্ষেত্রত আবেগ বৰ্জন কৰক। বিদ্যার্থীৰ মধ্যম।

মিথুন: উচ্চ শিক্ষাৰ বাধা আঁতৰিব। ব্যৱসায়ত মধ্যম। ঘৰুৱাত ভাল ক’ব পৰা যায়। প্ৰেমত অশান্তি।

কর্কট: দিনটোত আর্থিক দিশত আয়-ব্যয় সমান। বিদ্যাত বাধা। দাম্পত্য আৰু প্ৰণয়নত মজলীয়া। শুভ ৰং হালধীয়া।

সিংহ: বিদ্যার্থীসকলে প্রতিযোগিতামূলক পৰীক্ষাত উত্তীর্ণ হ’ব লাগিব। চাকৰিয়াল ব্যক্তিৰ বদলিৰ সম্ভাৱনা।

কন্যা: চাকৰিয়ালসকলৰ দিনটো ভাল। ভ্রমণত কষ্টদায়ক। নিবনুৱাৰ ভাল বুলি ক’ব পৰা যায়। প্রেমত মধ্যম।

তুলা: বিদ্যার্থীসকলে প্রতিযোগিতামূলক পৰীক্ষাত উত্তীর্ণ হ’ব পাৰে। চাকৰিয়াল ব্যক্তিৰ বদলিৰ সম্ভাৱনা। প্ৰেমত অশান্তি।

বৃশ্চিক: প্রেম-প্রণয়নত আবেগ বৃদ্ধি। সন্তানৰ প্ৰতিভাৰ বিকাশ। আজি মাটিবাৰী ক্ৰয় কৰাৰ চিন্তা কৰিব পাৰে।

ধনু:মাতৃৰ আৰোগ্য লাভ। নতুনৰ আৰম্ভ কৰা কাৰোবাৰত যথেষ্ট গুৰুত্ব দিয়ক ৷দূৰ ভ্ৰমণ নকৰাই ভাল ৷

মকৰ : স্বাস্থ্যৰ ক্ষেত্ৰত ভাল দেখা নাযায়। বিদ্যাত সাফল্য লাভ। খৰচৰ মাত্রা কমিব।

কুম্ভ: কন্যা সন্তানৰ বিবাহৰ যোগ। আর্থিকত ভাল। ভ্রমণ নকৰাই ভাল। প্ৰেমত মধ্যম। পত্নী আৰু ভনীৰ সহায় লাভ কৰিব। বিয়াৰ যোগাযোগত বাধা।

মীন: উচ্চ শিক্ষাত বাধা। বন্ধুৰ সাহায্য লাভ। আইনী সমস্যা সমাধান হোৱাৰ যোগ। প্রেমত নতুন আশা। বিদ্যার্থীৰ মধ্যম।

Exit mobile version