Horoscope: দিনটোৰ ৰাশিফল

horoscope

Horoscope: দিনটোৰ ৰাশিফল

মেষ: এই ৰাশিৰ জাতক-জাতিকাই আজিৰ দিনটোত সেউজীয়া কাপোৰ পৰিধান কৰক। চুটি ভ্রমণ হ’ব পাৰে। শৰীৰৰ প্ৰতি যত্ন ৰাখিব।

বৃষ: এই ৰাশিৰ জাতক-জাতিকাৰ উন্নতিব যোগ আছে। আর্থিকত ভাল। বন্ধুৰ পৰা সাৱধানে থাকিব। প্রেমত মধ্যম।

মিথুন: এই ৰাশিব জাতক-জাতিকাৰ আজিৰ দিনটো কৰ্মক্ষেত্ৰত নিজৰ আধিপত্য বজাই ৰখাত কৃতকার্য হ’ব। ব্যৱসায়ত ভালেই দেখা যায়।

কর্কট: স্ত্ৰীৰ স্বাস্থ্যৰ অৱনতি হ’ব পাৰে। আর্থিকত ভাল। বিশেষ কোনো কৰ্মৰ কাৰণে দূৰ ভ্ৰমণ কৰিবলগীয়া হ’ব পাৰে। বিদ্যার্থীৰ কাৰণে দিনটো শুভ।

সিংহ: এই বাশিৰ জাতক-জাতিকাই কোনো কৰ্মৰ কাৰণে যাত্ৰা কৰিলে শুভ ফল পাব। খৰচৰ ক্ষেত্ৰত সতর্ক। প্রেম-প্রীতিত আশানুৰূপ ফল লাভ কৰিবলৈ সক্ষম হ’ব।

কন্যা: আর্থিক ক্ষেত্রত লেন-দেন কৰাত সতর্ক হ’ব। কোনো মূল্যবান বস্তু চুৰি হ’ব পাৰে। মূৰৰ বিয় আৰু চকুৰ বেমাৰে কষ্ট দিব পাৰে।

তুলা: আজিৰ দিনটোৰ প্ৰথম আৰম্ভণিতে গা ধোৱাৰ পাছত ৰঙা কাপোৰ পৰিধান কৰি ওঁ হ্রীং হ্রীং শ্রীসূর্যায় নমঃ এই মন্ত্রটি ২০বাৰ জপ কৰিব। প্রেমত হতাশা আনিব।

বৃশ্চিক: প্রেম-প্রীতিত আশানুরূপ ফল লাভ কৰিবলৈ সক্ষম হ’ব। যানবাহনৰ পৰা সাৱধানে থাকিব। আজি নিৰামিষ খাব আৰু টেঙা নাখাব।

ধনু: অবৈধ উপায়েৰে ধন বৃদ্ধি। সন্তানৰ শুভ। ব্যৱসায়ত ভাল ফল পাব। শিল্পী-সাহিত্যিৰ বাবে শুভ সময়। নবাৰ দেৱী বগলাময়ীৰ নাম জপ কৰিব।

মকৰ: মকৰ ৰাশিৰ জাতক-জাতিকাই হালধীয়া কাপোৰ পৰিধান কৰি দেৱী লক্ষ্মী আৰু নাৰায়ণৰ পূজা-অৰ্চনা কৰিব। প্ৰেমত শুভ। উচ্চ শিক্ষাত বাধা দূৰ হ’ব।

কুম্ভ: ব্যৱসায় মন্থৰ গতিত চলিব। দাম্পত্য প্রেমত শুভ। বৈষয়িক উন্নতি হোৱাৰ কাৰকতা আছে। মাটিবাৰীৰ বিবাদৰ অন্ত পৰিব। মাতৃৰ অশুভ। চাকৰিয়াল ব্যক্তিসকলৰ পদোন্নতিৰ সম্ভাৱনা আছে।

মীন: এই ৰাশিৰ জাতক-জাতিকাৰ আজিৰ দিনটোত আয় হ’ব, কিন্তু ব্যয়ো হ’ব। আপোনাৰ সন্তানৰ মানসিক বিকাশৰ লক্ষণে দেখা দিব। বিদ্যার্থীসকলৰ বাবেও দিনটো শুভ।

Exit mobile version