Horoscope: দিনটোৰ ৰাশিফল

horoscope

Horoscope: দিনটোৰ ৰাশিফল

মেষ: চলা-ফুৰাৰ প্ৰতি সাৱধান অৱলম্বন কৰিব। বিদ্যার্থীসকলে যত্ন কৰিলে ভাল হ’ব। শুভ ৰং নীলা।

বৃষ: ভ্ৰমণৰ যোগ দেখা যায় যদিও ভ্রমণত সাৱধান অৱলম্বন কৰিব। শুভ ৰং বগা।

মিথুন: দাম্পত্যত সুখ। শত্রু বৃদ্ধিৰ সম্ভাৱনা। বিদ্যার্থীসকলৰ শুভ। শুভ ৰং ৰঙা।

কৰ্কট : মাহটোত শেষৰ ফালে আর্থিক চিন্তা বাঢ়িব। খৰচৰ মাত্ৰা বাঢ়িব। প্রেম শুভ। শুভ ৰং নীলা।

সিংহ: ৰাজনৈতিক ক্ষেত্ৰত সুনাম বৃদ্ধি পাব। ব্যৱসায়ত লাভৱান। আর্থিকত শুভ।

কন্যা: সেউজীয়া ৰঙৰ কাপোৰ কন্যা ৰাশিৰ জাতক-জাতিকাসকলে পৰিধান কৰিব। শুভ কৰ্ম আৰম্ভ কৰিব পাৰে।

তুলা: কোনো বিশ্বাসী মানুহে আপোনাৰ বিশ্বাস ভাগিব। প্ৰেমত শান্তি। বিদ্যার্থীৰ মধ্যম। শুভ ৰং ৰঙা।

বৃশ্চিক: ব্যৱসায়ত জটিলতা পাব। ব্যৱসায়ত জটিলতা পাব। ঘৰুৱা সমস্যা বাঢ়িব। ভ্ৰমণৰ যোগ আছে।

ধনু: ব্যৱসায়ত লাভবান। চাকৰিয়ালসকলে সাৱধান হোৱা ভাল। সন্তানৰ বাবে চিন্তা।

মকৰ : শৰীৰক লৈ যত্ন লওক। মাতৃৰ বাবে চিন্তা। গাড়ী চলাওতে সাৱধান অৱলম্বন কৰিব। প্রেমত শুভ।

কুম্ভ: বিদ্যার্থীসকলে যত্ন কৰা উচিত। ব্যৱসায়ীসকলৰ ব্যয় হোৱাৰ সম্ভাৱনা। প্রেমত অশুভ।

মীন: প্ৰেমত শুভ। পিতৃৰ শুভ। আর্থিক উন্নতি। নতুন কর্ম লাভ।

Exit mobile version