Horoscope: দিনটোৰ ৰাশিফল

horoscope new

Horoscope: দিনটোৰ ৰাশিফল

মেষ: মন স্থিৰ কৰা টান হ’ব। বিনা কাৰণত খং, ৰাগ বৃদ্ধি পাব। চাকৰিয়ালৰ উৎসাহ-উদ্দীপনা বৃদ্ধি পাব। প্রেমত শুভ।

বৃষ: আর্থিকত বেয়া দেখা নাযায়। প্রেমত শুভ ফল। বিদ্যাত মজলীয়া, ঘৰুৱাত বেয়া নহয়।

মিথুন: বিদ্যাত মজলীয়া, দূৰ ভ্ৰমণৰ যোগ। চাকৰিয়ালসকলে সাৱধান হ’ব। শত্রু বৃদ্ধিৰ যোগ।

কর্কট: নতুন কাম হাতত নোলোৱা ভাল হ’ব। আজি ক’লা ৰং ব্যৱহাৰ নকৰিব। প্ৰেমত বাধা।

সিংহ: স্বাস্থ্যৰ ক্ষেত্ৰত সিমান বেয়া দেখা নাযায়। বিদ্যাত সাফল্য পাব। দাম্পত্যত বিবাদ। দূৰ ভ্ৰমণৰ সম্ভাৱনা।

কন্যা: খৰচৰ মাত্রা বৃদ্ধি পাব। বিদ্যার্থীসকলে প্রতিযোগিতামূলক পৰীক্ষাত উত্তীর্ণ হ’ব। প্রেমত সন্দেহ।

তুলা: দিনটোত আর্থিক দিশত আয়-ব্যয় সমান। ব্যৱসায়ত পৰিকল্পিত অনগ্ৰসৰতাত কিছু বাধা আছে। নিবনুৱাৰ ভাল।

বৃশ্চিক: শাৰীৰিক ক্ষেত্রত মধ্যম। দাম্পত্যত বিবাদ থাকিব। মাটিবাৰী ক্ৰয় কৰাৰ চিন্তা কৰিব পাৰে।

ধনু: মাতৃৰ শুভ। সন্তানৰ বাবে চিন্তিত হ’ব। নিবনুৱাসকলে চাকৰি লাভৰ যোগ। বিদ্যাত শুভ।

মকৰ : বিদ্যাত বাধা। প্রেমত মজলীয়া। বিদ্যাত অনুকুল। বন্ধুৰ দ্বাৰা উপকৃত হ’ব। শিল্পীসকলৰ বাবে দিনটো শুভ।

কুম্ভ: সন্তানৰ সাফল্যই মানসিক আনন্দ বৃদ্ধি পাব। দিনটোত দাম্পত্য সংঘাত হ’ব। পিতৃৰ শৰীৰৰ যত্ন ল’ব।

মীন: শৰীৰৰ অৱনতি। পৰীক্ষাৰ্থীয়ে চেষ্টা কৰক। প্ৰেমত শুভ। মাতৃৰ বিবাদৰ ভয়।

Exit mobile version