Horoscope: দিনটোৰ ৰাশিফল

horoscope new 4

Horoscope: দিনটোৰ ৰাশিফল

মেষ: কন্যা সন্তানৰ বিবাহৰ সংযোগ। আর্থিকত ভাল ক’ব পৰা যায়। কর্মস্থানত কিছু অসুবিধা পাব।

বৃষ : ঘৰুৱাত মধ্যম। শৰীৰ ভাল দেখা নাযায়। প্ৰেমত প্ৰতাৰণা। ভ্ৰমণৰ যোগ।

মিথুন: উচ্চ শিক্ষাত বাধা আহিব। ভ্রমণ নকৰাই ভাল। গ্ৰন্থ ব্যৱসায় ভাল চলিব আৰু নতুন যোগাযোগে উপকৃত হ’ব।

কৰ্কট : দাম্পত্যত পূৰ্বৰ তুলনাত ভাল দেখা যায়। প্রয়োজনত বন্ধুৰ পৰা সাহায্য লাভ কৰিব। প্রেমত মধ্যম বুলি ক’ব পৰা যায়।

সিংহ: ব্যৱসায়ত পৰিকল্পনা সফল অগ্ৰসৰৰ হ’ব পাৰিব। ঘৰুৱাত ভাল। আর্থিক লেনদেনত সতর্ক থকা ভাল হ’ব। বগা ৰুমাল লগত ৰাখিব।

কন্যা: নিবনুৱাসকলৰ দিনটো ভাল-বেয়াৰ মাজেৰে পাৰ হ’ব। পৰীক্ষাৰ্থীয়ে পঢ়াত মনোযোগ দিয়ক। প্রেমত অশুভ।

তুলা: আজি ঘৰত কোনো আত্মীয়ৰ আগমন হ’ব পাৰে। প্ৰেমত শুভ আৰু বিবাহৰ প্ৰস্তাৱ আগবঢ়াব পাৰে।

বৃশ্চিক: ব্যৱসায়ত জামেলা থাকিব। আর্থিক লেন-দেনত জটিল পৰিস্থিতিৰ সৃষ্টি হ’ব পাৰে। চাকৰিয়াসকলৰ বাবে দিনটো ভাল।

ধনু: গুৰু স্থানীয় ব্যক্তিৰ শাৰীৰিক ভাল দেখা নাযায়। বিদ্যাত অগ্ৰসৰ হ’ব পাৰিব। খং-ৰাগ কৰি দিনটো বেয়া নকৰিব।

মকৰ : বিদ্যাত ভাল। চাকৰিয়াল সকলে অলপ সাৱধান হোৱা ভাল। দূৰ ভ্রমণ নকৰিব। প্ৰেমত শুভ।

কুম্ভ: খং নিয়ন্ত্ৰণ কৰক। দাম্পত্য আৰু প্ৰেমত শুভ। ভ্ৰমণৰ সম্ভাৱনা আছে। বিদ্যাত বাধা।

মীন: নতুন কাম হাতত ল’ব পাৰে। ব্যৱসায়ী সকলৰ ভাল। প্ৰেমত প্রণয়ত শুভ। নতুন কৰ্ম লাভৰ যোগ।

Exit mobile version