Horoscope: দিনটোৰ ৰাশিফল

horoscope new 5

Horoscope: দিনটোৰ ৰাশিফল

মেষ: পৰিয়ালৰ ক্ষেত্ৰত শুভ। কোনো অশুভ সংবাদে মানসিক অশান্তি দিব। প্রেমত সাৱধান।

বৃষ: ধৈর্য সহকাৰে কাম কৰিলে ভাল ফল পাব। আপোনাৰ অমনোযোগিতাৰ সুযোগ লৈ কোনোবাই আপোনাৰ ক্ষতি কৰিব পাৰে।

মিথুন: শিক্ষার্থীৰ শুভ। দুর্ঘটনাৰ সম্ভাৱনা। ব্যৱসায়ত নাম পৰিচয় লাভ। কর্মত শুভ।

কর্কট: ব্যৱসায়ীসকলৰ শুভ। বিদ্যার্থীৰ বাবেও শুভ। বিবাহ প্ৰাৰ্থীৰ বিবাহৰ যোগ।

সিংহ: পৰিয়ালৰ ক্ষেত্ৰত শুভ হ’লেও সন্তানৰ কাৰণে চিন্তা থাকিব। আয় বৃদ্ধিৰ সুযোগ।

কন্যা: সঞ্চয় কৰিলে ভাল। ব্যৱসায়ী আৰু বিদ্যার্থীৰ বাবে শুভ। সন্তানৰ শুভ।

তুলা: ৰাজনীতিবিদ সকলৰ বিভিন্ন ধৰণৰ চিন্তা আহি পৰিব। চাকৰিয়ালে সুসংবাদ পাব। প্রেমত অশান্ত।

বৃশ্চিক: চাকৰিয়াল সকলৰ কৰ্তৃপক্ষৰ লগত মতবিৰোধ হ’ব পাৰে। শিক্ষার্থীৰ নতুন সুযোগ আহিব।

ধনু: সাৱধানে চলা-ফিৰা কৰিব। দেহত আঘাতপ্রাপ্ত হোৱাৰ সম্ভাৱনা আছে। পুৰণি কোনো ৰোগ উপশম হোৱাৰ যোগ।

মকৰ: আজি যিকোনো সমস্যাই দেখা দিব। ব্যৱসায়ীসকলৰ শুভ। প্রেমত মধ্যম।

কুম্ভ: বিদ্যার্থীসকলৰ শুভ। বন্ধুৰ লগত মতবিৰোধ। ঘৰুৱা শুভ। দূৰ ভ্ৰমণৰ যোগ।

মীন: বন্ধুৰ পৰা উপকৃত। প্রেমত শান্তি। কাম-কাজত উৎসাহ পাব। শৰীৰিৰ যত্ন লওক।

Exit mobile version